ETV Bharat / bharat

ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ এইচ ডি দি দেৱগৌড়াৰ

JD(S) দলৰ নেতা তথা 1996-97ৰ প্ৰধানমন্ত্ৰী এইচ ডি দি দেৱগৌড়াই এক টুইট প্ৰকাশ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং অসুস্থ হৈ পৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ দেৱ গৌড়াৰ

author img

By

Published : May 11, 2020, 7:20 PM IST

Updated : May 11, 2020, 8:26 PM IST

নিউজ ডেস্ক, 11 মে': সোমবাৰে JD(S) দলৰ এইচ ডি দি দেৱগৌড়াই এক টুইটৰ জৰিয়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

  • I am deeply concerned about former Prime Minister Dr. Manmohan Singh's health. I pray for his speedy recovery. Our Nation needs his guidance in these times of crisis.

    — H D Devegowda (@H_D_Devegowda) May 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে, দেশৰ সংকটৰ সময়ত তেওঁৰ দিহা পৰামৰ্শ অত্যন্ত প্ৰয়োজনীয় হৈ আছে ।

  • There are news reports of @INCIndia leader & former Prime Minister Shri. Manmohan Singh being admitted to hospital due to chest pain. I wish him speedy recovery & good health.

    — Siddaramaiah (@siddaramaiah) May 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ডঃ সিং বৰ্তমান নতুন দিল্লীৰ এইমছত ভৰ্তি হৈ আছে । 87 বৰ্ষীয় কংগ্ৰেছৰ নেতা তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক দেওবাৰে সন্ধিয়াৰ ভাগত উশাহলোৱাত কষ্ট পোৱা বাবে ভৰ্তি কৰোৱা হৈছে ।

  • Deeply concerned about the health of Former PM Dr. Manmohan Singh.

    I along with more than a billion Indians wish him a speedy recovery and pray for his good health and long life.

    — DK Shivakumar (@DKShivakumar) May 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে কৰ্ণাটকৰ কংগ্ৰেছ দলে ডঃ সিঙৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি কামনা কৰিছে ।

লগতে পঢ়ক : মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 500 টকা জৰিমাণা !

Last Updated : May 11, 2020, 8:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.