ETV Bharat / bharat

থানেৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি - NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী দলৰ উদ্ধাৰ অভিযান

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি পৰি মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 20 লোকক উদ্ধাৰ কৰা হৈছে ৷

Death toll in Bhiwandi building collapse rises to 17
থানেৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি
author img

By

Published : Sep 22, 2020, 7:51 AM IST

নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি পৰি মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 20 লোকক উদ্ধাৰ কৰা হৈছে ৷ 21 ছেপ্তেম্বৰৰ পুৱতি নিশা 3:40 বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷

ঘটনাৰ পাচতে NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বিশ্ব গঁড় দিৱস ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.