ETV Bharat / bharat

কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলৰ মাজত নতুন সংক্ৰমণ

ক‘ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ যিটো নেকি যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে ৷ বিগত 15 দিনত ইএনটি বিশেষজ্ঞ সকলে 50 শতাংশতকৈ অধিক ৰোগীৰ শৰীৰত ক‘ভিড-19 ম্যুকোম্ৰোচিছৰ অৱস্থিতি ধৰা পেলাইছে ৷

deadly-fungal-infection-found-in-recovered-covid-patients-in-delhi
কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলৰ মাজত নতুন সংক্ৰমণ
author img

By

Published : Dec 16, 2020, 10:35 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ : কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলৰ মাজত এতিয়া এক নতুন সংক্ৰমণে দেখা দিয়াৰ সকিয়নী প্ৰদান কৰিছে চিকিৎসক সকলে ৷ বেক্টেৰীয়া পৰা সংক্ৰমিত এই সংক্ৰমণ যিসকল ৰোগীৰ শৰীৰত দেখা দিছে সেই সকলে চকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলাইছে ৷ বিগত 15 দিনত দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ইএনটি বিশেষজ্ঞই ক‘ভিড-19 ম্যুকোম্ৰোচিছৰ 13 টাকৈ ঘটনা প্ৰত্যক্ষ কৰিছে ৷

তদুপৰি ক‘ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ যিটো নেকি যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে ৷ বিগত 15 দিনত ইএনটি বিশেষজ্ঞ সকলে 50 শতাংশতকৈ অধিক ৰোগীৰ শৰীৰত ক‘ভিড-19 ম্যুকোম্ৰোচিছৰ অৱস্থিতি ধৰা পেলাইছে ৷ এই সংক্ৰমিত ৰোগত এই পৰ্যন্ত পাঁচজনন ৰোগীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনত বিজেপি আই টি চেলৰ ভূমিকা সন্দৰ্ভত ৰাজ্যিক মুখপাত্ৰৰ সৈতে বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.