ETV Bharat / bharat

পশ্চিমবংগত ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱ

ওড়িশাৰ পাচতে পশ্চিমবংগত প্ৰবেশ কৰা ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱৰ লগত মোকাবিলা কৰিবলৈ বাবে সাজু হৈছে প্ৰশাসন ৷ জনাসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ৷

d
author img

By

Published : May 4, 2019, 8:45 AM IST

Updated : May 4, 2019, 1:47 PM IST

কলকাতা, 4মেঃ পশ্চিম বংগত ফেনীৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ ৷ পশ্চিমবংগৰ পাচতে বাংলাদেশত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ফেনী ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত 70-90 কিল'মিটাৰ বেগত ধুমুহা ৷ ইতিমধ্যে হ্ৰাস পাইছে ফেনীৰ গতিবেগ ৷ শুকুৰবাৰে মাজনিশা পশ্চিম বংগত ফেনীয়ে প্ৰৱেশ কৰাৰ পাচতেই বিভিন্ন অঞ্চলত ধুমুহা বৰষুণ হয় ৷ ধুমুহাত গছ বাগৰি পৰাৰ ফলত যাতায়ত বন্ধ হৈ পৰে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে পিচত পথসমূহ মুকলি কৰি দিয়ে ৷

পশ্চিমবংগত ঘূৰ্ণিবতাহ ফেনীৰ প্ৰভাৱ

ওড়িশাৰ পাচতে পশ্চিমবংগত প্ৰৱেশ কৰা ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱৰ লগত মোকাবিলা কৰিবলৈ বাবে সাজু হৈছে প্ৰশাসন ৷ জনাসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ৷

লগতে পঢ়ক:সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

আনহাতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে প্ৰকাশ কৰা অনুসৰি ঘূৰ্ণীবতাহ ফেনী ৰাজ্যখন পাৰ হৈ যোৱাৰ পাচতহে প্ৰকৃত ক্ষতিপূৰণৰ বিষয়ে প্ৰকাশ কৰিব পৰা যাব ৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এতিয়াও অব্যাহত আছে ধুমুহা বৰষুণ ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিগত 28 ঘণ্টাত প্ৰায় 12 লাখ লোকক উদ্ধাৰ কৰি সাহাৰ্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷

তেওঁ লগতে কয় যে,ব্যাহত হৈ থকা বিদ্যুৎ সংযোগ পুনৰ কাৰ্যকৰী কৰাটো এটা বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে ৷ ইতিমধ্যে কিছু কিছু অঞ্চলত বিদ্যুৎ সংযোগ পুনৰ কাৰ্যকৰী কৰি তোলা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

It is very likely to continue to move north-northeastwards and weaken further into a cyclonic storm during next 06 hours. It is very likely to move further north-northeastwards and emerge into Bangladesh on 4th May evening as a Cyclonic Storm with wind speed 70-80 Kmph gusting to 90 Kmph.

Conclusion:

Intro:Body:

CYCLONE UPDATE

The Severe Cyclonic Storm ‘FANI’(pronounced as ‘FONI’) over Coastal Odisha moved further north-northeastwards with a speed of about 27 kmph in last six hours and lay centred at 0230 hrs IST of 04th May, 2019 over Gangetic West Bengal near latitude 22.5°N and longitude 87.9°E, about 130 km north-northeast of Balasore (Odisha), 60 km north-northeast of Midnapore (West Bengal) and 50 km west of Kolkata (West Bengal).

It is very likely to continue to move north-northeastwards and weaken further into a cyclonic storm during next 06 hours. It is very likely to move further north-northeastwards and emerge into Bangladesh on 4th May evening as a Cyclonic Storm with wind speed 70-80 Kmph gusting to 90 Kmph. 

Conclusion:
Last Updated : May 4, 2019, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.