ETV Bharat / bharat

পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বন্ধ থাকিব ৰাজধানীৰ শিক্ষানুষ্ঠান

author img

By

Published : Oct 28, 2020, 3:35 PM IST

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজধানী দিল্লীৰ সকলোবোৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ৷ শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াই প্ৰকাশ কৰিছে তথ্য ৷

COVID-19: Schools to remain closed in Delhi till next order
শিক্ষামন্ত্ৰীৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বন্ধ থাকিব ৰাজধানীৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান

নিউজ ডেস্ক, 28 অক্টোবৰ : বুধবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াই জনাই যে,পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজধানী দিল্লীৰ সকলোবোৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ বাবে মাৰ্চ মাহৰ পৰা ৰাজধানীখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে ৷

ইয়াৰ মাজতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছোদিয়াই কয় যে, দিল্লী চৰকাৰে IP বিশ্ববিদ্যালয়ৰ অধীনত থকা কলেজ সমূহত 1,330 খন আসন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

আনহাতে, দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাই যে, দিল্লীত 27,873 গৰাকী কৰ'ণা ৰোগী চিকিৎসাধীন হৈ আছে আৰু মৃতকৰ সংখ্যা 6,356 লৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : অভিনেত্ৰী দীপিকাৰ মেনেজাৰ কৰিশ্মাক পুনৰ NCBৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.