ETV Bharat / bharat

COVID-19: ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : May 13, 2020, 1:25 PM IST

ভাৰতত বৰ্তমান COVID-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 74,281 গৰাকীলৈ । মৃত্যু হৈছে 2,415 গৰাকীৰ আৰু আৰোগ্য হৈছে 24,325 গৰাকী ।

ভাৰতৰ শেহতীয়া তথ্য
ভাৰতৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 13 মে': ভাৰতত বৃদ্ধি পায়েই আছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা । বৰ্তমানলৈ এই সংখ্যা 74,281 হৈছেগৈ । বুধবাৰে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ।

ভাৰতৰ শেহতীয়া তথ্য
ভাৰতৰ শেহতীয়া তথ্য

মন্ত্ৰণালয়ৰ ৱেবছাইতত উপলব্ধ তথ্য অনুসৰি 13 মে'ৰ ৰাতিপুৱা 8 বজালৈ 74,281 জন লোক আক্ৰান্ত হৈছে । মৃত্যু হৈছে 2,415 জনৰ আৰু আৰোগ্য হৈছে 24,325 গৰাকী ।

আক্ৰান্তৰ ক্ষেত্ৰত ৰাজ্য হিচাপে প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ আৰু দ্বিতীয় স্থানত আছে গুজৰাট । মহাৰাষ্ট্ৰ আৰু গুজৰাটত আক্ৰান্তৰ সংখ্যা ক্ৰমে, 24,427 আৰু 8,903 ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.