নিউজ ডেস্ক, 6 মাৰ্চ : ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি 6 এপ্ৰিলৰ পুৱা 9 বজালৈকে ভাৰতত COVID19ত আক্ৰান্ত হৈছে 4067 গৰাকী আৰু মৃত্যু হৈছে 109 গৰাকীৰ ৷ মহাৰাষ্ট্ৰত 690 গৰাকী লোক আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ তামিলনাডুত আক্ৰান্ত হৈছে 517 গৰাকী ৷
![COVID-19 India tracker: State-wise report](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6679677_p.jpg)
লগতে পঢ়ক : বিশ্বৰ কৰ'ণা আক্ৰান্তৰ শেহতীয়া তথ্য