ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

author img

By

Published : Oct 15, 2020, 12:34 PM IST

মহাৰাষ্ট্ৰত সৰ্বাধিক 15,54,389 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছৰ দ্বাৰা ৷ আক্ৰান্তসকলৰ ভিতৰত আৰোগ্য লাভ কৰিছে 13,16,769 গৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বৰ্তমান 1,96,761 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধত আক্ৰান্ত হৈ থকাৰ বিপৰীতে বৰ্তমানলৈকে মৃত্যুক সাৱটি লৈছে 40,859 গৰাকীয়ে ৷

Covid 19 India Tracker Etv bharat news
কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

নিউজ ডেস্ক,15 অক্টোবৰ: ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 73 লাখৰ সীমা ৷ সম্প্ৰতি দেশখনত 73,07,097 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে চীনা ভাইৰাছবিধৰ দ্বাৰা ৷ আক্ৰান্তসকলৰ ভিতৰত 53,83,441 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 1,11,266 গৰাকীয়ে ৷ সম্প্ৰতি দেশখনত 8,12,390 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধত আক্ৰান্ত হৈ একপ্ৰকাৰ যুঁজ অব্যাহত ৰাখিছে ৷

Covid 19 India Tracker Etv bharat news
কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক 15,54,389 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে চীনা ভাইৰাছবিধৰ দ্বাৰা ৷ আক্ৰান্তসকলৰ ভিতৰত আৰোগ্য লাভ কৰিছে 13,16,769 গৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বৰ্তমান 1,96,761 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধত আক্ৰান্ত হৈ থকাৰ বিপৰীতে বৰ্তমানলৈকে মৃত্যুক সাৱটি লৈছে 40,859 গৰাকীয়ে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰান্তৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে যদিও সংক্ৰমণ ৰোধৰ উদ্দেশ্যে সকলোৱে কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা উচিত ৷

লগতে চাওকঃ বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.