ETV Bharat / bharat

কোভিড-19 : এন্টিবডি পৰীক্ষণ বিকাশৰ দ্বাৰা শেহতীয়া বৈজ্ঞানিক উদ্ভাৱনত অধিক জোৰ

author img

By

Published : Apr 4, 2020, 11:25 AM IST

কৰ‘ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট কোভিড-19 মহামাৰীক স্তব্ধ কৰিবলৈ চৰকাৰসমূহে ব্যক্তিগত স্বাধীনতা আৰু নিজ দেশৰ অৰ্থনীতিক ক্ষতি কৰিব পৰা কিছুমান নিয়ম আৰোপ কৰিছে যিয়ে বিশ্বৰ প্ৰায় 3 বিলিয়ন লোকক লকডাউনৰ দ্বাৰা আৱদ্ধ কৰি ৰাখিছে ৷

COVID-19: Developing antibody tests, the latest scientific advance
এন্টিবডি পৰীক্ষণ বিকাশৰ দ্বাৰা শেহতীয়া বৈজ্ঞানিক উদ্ভাৱনত অধিক জোৰ

নিউজ ডেস্ক, 4 এপ্ৰিলঃ শুকুৰবাৰে বিশ্বৰ প্ৰায় 1 মিলিয়ন লোক কৰ‘ণা ভাইৰাছ সৃষ্ট কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হৈ পৰে ৷ স্নায়ৱিক লক্ষণক শক্তিশালী কৰি তোলাৰ বাবে সমগ্ৰ বিশ্বতে এটা একক পৰীক্ষণ নীতি বিকাশ কৰি তোলাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৷ তথ্য অনুসৰি, স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কোম্পানীসমূহে এইক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে চৰকাৰসমূহে মিলিয়নসংখ্যক লোকৰ ওপৰত ইয়াৰ পৰীক্ষণ কৰিবলৈ বিচাৰি আছে ৷

শেহতীয়াকৈ Euroimmun নামৰ এটা কোম্পানীয়ে ইউৰোপত তেওঁলোকৰ পৰীক্ষণ নীতি বিক্ৰী কৰিবলৈ প্ৰমাণপত্ৰ লাভ কৰিছে ৷ কোম্পানীটোৰ প্ৰডাক্ট মেনেজাৰ Konstanze Stibaই প্ৰকাশ কৰা অনুসৰি, বৰ্তমান সময়ত সকলোৱে এন্টিবডি পৰীক্ষণৰ ওপৰত অধীৰ আগ্ৰহেৰে বাট চাই আছে, বিশেষকৈ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত থকা ব্যক্তিসকলে তেওঁলোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় নে নহয় সেইক্ষেত্ৰত এই এন্টিবডি পৰীক্ষণ নীতি অধিক প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে ৷ তেওঁ লগতে উল্লেখ কৰে যে, স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ অভাৱে খণ্ডটোক আৰু অধিক দূৰ্বল কৰি তুলিছে ৷ যদিহে কোনো পৰীক্ষণে এইটো দেখুৱাবলৈ সক্ষম হয় যে, স্বাস্থ্যকৰ্মীগৰাকীৰ দেহত কোভিড-19 হৈছে আৰু তেওঁৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব, তেতিয়া তেওঁ কোনোধৰণৰ ভয় অথবা শংকা অবিহনে নিজৰ কাম কৰি যাব পাৰিব ৷

গৱেষণাত এইটো পৰিলক্ষিত হৈছে যে, এন্টিবডি পৰীক্ষণ হৈছে বহুপ্ৰণালীযুক্ত ৷ ইয়ে ক্লিনিকেল প্ৰয়োগৰ সময়ত প্ৰতিষেধকে কাম কৰিছে নে নাই তাক প্ৰমাণ কৰিব পাৰে আৰু এগৰাকী সন্দেহজনক আক্ৰান্ত ব্যক্তিৰ দেহত কন্টেক্ট ট্ৰেকিং এসপ্তাহ অথবা বেছিসময় ব্যৱহাৰ কৰিব পৰা যাব ৷ বৰ্তমান সময়ত ইয়াৰ সম্ভাব্য প্ৰয়োগ বহুলৰূপে কৰিব পৰা যাব, যিয়ে ৰাজহুৱা নীতি প্ৰয়োগকাৰীসকলক জনসংখ্যাৰ মাজত কোনোধৰনৰ লক্ষণ প্ৰকাশ নকৰা কিমান লোক আছে তাক গম পোৱা যাব ৷ PCR পৰীক্ষণৰ দ্বাৰা ভাইৰেল RNAৰ বিষয়ে গম পোৱা যাব, যিয়ে বৰ্তমানৰ ভাইৰেল সংক্ৰমণক নিৰ্দেশ কৰে, তাক কোভিড-19 নিস্ক্ৰিয় কৰিবলৈ আৰু কন্টেক্ট ট্ৰেকিঙৰ লগতে পৰীক্ষণৰ বাবে বহুলৰূপে ব্যৱহাৰ কৰিব পৰা যাব ৷

অৱশ্যে, এইক্ষেত্ৰত বৃহৎ PCR primersৰ চাহিদাত বিশ্ব যোগান শৃংখলত বহুটো অসুবিধা আছে আৰু তাৰ লগতে, ব্যক্তিগত মেচিনসমূহৰ পজিটিভ নিয়ন্ত্ৰণটো একেই সমস্যা আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.