ETV Bharat / bharat

COVID-19: নাছিকত আক্ৰান্ত 689, মালেগাঁৱত 547 - নাছিকত দ্ৰুতভাৱে বৃদ্ধি পাই আছে COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা

নাছিকত দ্ৰুতভাৱে বৃদ্ধি পাই আছে COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা । নতুনকৈ 18 জন লোকৰ দেহত ধৰা পৰে এই মহামাৰী । আনহাতে নতুনকৈ মৃত্যু হয় 5 জনকৈ লোকৰ ।

COVID-19: নাছিকত আক্ৰান্ত 689, মালেগাঁৱত 547

author img

By

Published : May 12, 2020, 5:49 PM IST

নিউজ ডেস্ক, 12 মে': নাছিকত দ্ৰুতভাৱে বৃদ্ধি পাই আছে COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা । সোমবাৰে 18 জন লোকৰ দেহত ধৰা পৰে COVID-19 । আনহাতে একেটা দিনতে মৃত্যু হয় 5 জনকৈ লোকৰ । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা নাছিকত 689 লৈ বৃদ্ধি হয় আৰু মৃত্যুৰ সংখ্যাই স্পৰ্শ কৰে 33 ।

আনহাতে মালেগাঁৱত মুঠ আক্ৰান্তৰ সংখ্যা 547 লৈ বৃদ্ধি হৈছে । নাছিক চহৰত এই সংখ্যা 39 আৰু গ্ৰামাঞ্চলত 82 ।

ইফালে মালিগাঁৱত সোমবাৰে এগৰাকী 5 বছৰীয়া আৰু এগৰাকী 10 বছৰীয়া শিশুৰ দেহত ধৰা পৰে এই মহামাৰী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.