ETV Bharat / bharat

হোম আইশ্ব'লেছনৰ নিৰ্দেশাৱলী কঠোৰভাৱে মানিবলৈ ৰাজ্যক নিৰ্দেশ কেন্দ্ৰৰ - হোম আইশ্ব'লেছনৰ নিৰ্দেশাৱলী

10 মে'ত স্বাস্থ্য মন্ত্ৰণালয়ে সংশোধিত নিৰ্দেশাৱলী প্ৰদান কৰিছিল ৷ বৰ্তমান পৰ্যন্ত এই নিৰ্দেশাৱলীয়ে বাহাল আছে বুলি এক বিবৃতিত প্ৰকাশ পাইছে ৷

Breaking News
author img

By

Published : Jun 20, 2020, 12:13 PM IST

নেশ্যনেল ডেস্ক, 20 জুন : COVID-19 মহামাৰী ৰোধৰ ক্ষেত্ৰত হোম আইশ্ব'লেছনৰ নিৰ্দেশাৱলী কঠোৰভাৱে কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্যসমূহলৈ অনুৰোধ জনাইছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷

10 মে'ত স্বাস্থ্য মন্ত্ৰণালয়ে সংশোধিত নিৰ্দেশাৱলী প্ৰদান কৰিছিল ৷ বৰ্তমান পৰ্যন্ত এই নিৰ্দেশাৱলীয়ে বাহাল আছে বুলি এক বিবৃতিত প্ৰকাশ পাইছে ৷

মন্ত্ৰণালয়ৰ নিৰ্দেশাৱলী অনুসৰি, অতি কম আৰু COVID-19 ত আক্ৰান্ত হোৱাৰ কিছু লক্ষণ দেখা দিলে ৰোগীয়ে হোম আইশ্ব'লেছনত থাকিব পাৰে ৷ এনে ৰোগীক টয়লেট আৰু পৰিচৰ্যাৰ বাবে এজন ব্যক্তি প্ৰদান কৰা উচিত ৷ ইয়াৰোপৰি, ৰোগীজনে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য জিলা তত্বাৱধায়ক বিষয়াক জনাই থাকিব লাগিব ৷ লগতে এই ৰোগীজনক প্ৰতিদিনে চিকিৎসকসকলে নিজৰ তত্বাৱধানত ৰাখিব ৷

লগতে পঢ়ক : প্ৰতিশ্ৰুতি অনুসৰি ৰিলায়েন্স ঋণ মুক্তঃ আম্বানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.