ETV Bharat / bharat

কোভিদ 19ঃ আতংকৰ বিপৰীতে পৰিচ্ছন্নতাৰ বাৰ্তা

কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে প্ৰায় 2,75,871 গৰাকী ৷ বিপৰীতে মৃতকৰ সংখ্যা হৈছে 11,398 জনৰো অধিক ৷

COVID 19
কোভিদ 19ঃআতংকৰ বিপৰীতে পৰিচ্ছন্নতাৰ বাৰ্তা
author img

By

Published : Mar 21, 2020, 1:19 PM IST

হায়দৰাবাদ,21 মাৰ্চঃ সমগ্ৰ বিশ্বত কোভিদ 19 ৰ আতংকই বিৰাজ কৰিছে ৷ এই মহামাৰী ব্যাধিৰ বাবে ইতিমধ্যে প্ৰায় বহু লক্ষাধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ বিশ্ব অৰ্থনীতি অৱনমিত হৈছে কোভিদ 19 ৰ বাবে ৷ এক কথাত মৃত্যু বিভীষিকাত পৰিণত হৈছে সমগ্ৰ বিশ্ব ৷ মহামাৰী ব্যাধিবিধৰ বাবে কেনিয়াৰ আকাশে-বতাহে কেঁচা ফুলৰ গোন্ধ বিৰাজ কৰিছে ৷ কাৰণ কেনিয়াৰ ফুল সমগ্ৰ বিশ্বতে জনাজাত ৷ যাৰ বাবে বৰ্তমান কেনিয়াৰ অৰ্থনীতিলৈ সংকট নামি আহিছে ৷ মহামাৰীবিধত আক্ৰান্ত লোকৰ সংখ্যা হৈছে প্ৰায় 2,75,871 গৰাকী, বিপৰীতে মৃতকৰ সংখ্যা হৈছে 11,398 জনৰো অধিক ৷

ভাইৰাছবিধে কেৱল আতংকৰ সৃষ্টি কৰাই নহয় তাৰ সমান্তৰালভাৱে বিশ্বক পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাৰ্তা প্ৰদান কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ পৰা জনোৱা তথ্য অনুসৰি প্ৰথমে বিশুদ্ধ পানীৰে হাত পৰিস্কাৰ কৰিব লাগে ৷ হাতৰ আঙুলি, নখ আদিবোৰো অতি কমেও 20 ছেকেণ্ড সময় ধুই পৰিস্কাৰ কৰিব লাগে ৷

ইফালে নিউয়ৰ্ক, কেলিফৰ্ণিয়াৰ ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ অত্যধিক কাম নাথাকিলে বাহিৰলৈ যাবলৈ মানা কৰা ৰাষ্ট্ৰপতিৰ এই আহ্বানে প্ৰায় 70 শতাংশ জনসাধাৰণক প্ৰভাৱিত কৰিছে ৷ এই ভয়ংকৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বহুকেইখন ৰাষ্ট্ৰই ভ্ৰমণ তথা যাতায়ত ব্যৱস্থা বাতিল কৰিছে ৷

আক্ৰান্ত সাতখন দেশৰ ভয়ংকৰ বিৱৰণ এনে ধৰণৰ-

COVID 19
COVID 19 ত আক্ৰান্ত দেশ

লগতে চাওকঃডুবাইত চনু নিগম, কৰ'ণা ভাইৰাছৰ সংকট নকমা পৰ্যন্ত ঘূৰি নাহে ডুবাইৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.