ETV Bharat / bharat

সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

author img

By

Published : Jun 14, 2020, 7:34 PM IST

সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ ৷ ভাৰতৰ ভূমি চীনে দখল কৰা সন্দৰ্ভত মোদী চৰকাৰ মৌন হৈ ৰোৱাত ডাঙৰ ৰহস্য লুকাই আছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই । আনহাতে, নেপাল আৰক্ষীয়ে এজন ভাৰতীয়ক নিজৰ জিম্মাত লৈ শাস্তি প্ৰদান কৰাৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছ দলে ।

সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন কংগ্ৰেছৰ
সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ১৪ জুন: ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন তুলিছে বিৰোধী দল কংগ্ৰেছে । চীনে অনৈতিকতাৰে ভাৰতৰ ভূমি দখল কৰা সন্দৰ্ভত নিশ্চয় ৰহস্য লুকাই আছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ দলে । ভাৰতীয় মুখ্য সেনা বিষয়া এম. এম. নৰভানে জনোৱা মতে, সীমান্তৱৰ্তী এলেকাত চীনৰ সৈতে ভাৰতৰ স্থিতি নিয়ন্ত্ৰণত আছে আৰু ইতিমধ্যে বিচ্ছিন্ন প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই মোদী চৰকাৰক দোষাৰোপ কৰি কয় যে, ভাৰতৰ ভূমি চীনে দখল কৰা সন্দৰ্ভত ডাঙৰ ৰহস্য লুকুৱাই ৰাখিছে আৰু সেইবাবে ৰঙা চকুৰ মোদী চৰকাৰে মৌনতা অৱলম্বন কৰিছে । পংগোং হ্ৰদৰ পৰা শত্ৰুক ক'ত কেনেকৈ আঁতৰাব লাগে, এতিয়া মোদী চৰকাৰে জনাব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰোপৰি, এম. এম. নৰভানৰ ভাৰত-চীনৰ সীমাৰ বিচ্ছিন্নতাক মন্তব্যকো গুৰুত্ব সহকাৰে লয় ৰণদ্বীপ সূৰ্যেৱালাই ।

  • चीन द्वारा भारत माँ की सरजमीं पर जबरन क़ब्ज़ा करने बारे “लाल आँख” मोदी सरकार ने तो “रहस्यमयी मौन” साध रखा है पर आर्मी चीफ़ ने ये साफ़ शब्दों में कह ही दिया।

    क्या अब 56 इँच बताएँगे की पँगोंग की चौटियों से चीन का क़ब्ज़ा कब और कैसे छुड़वाएँगे?https://t.co/qbTckBKBZO

    — Randeep Singh Surjewala (@rssurjewala) June 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰণদ্বীপ সূৰ্যেৱালাই শুকুৰবাৰে বিহাৰৰ সীতামড়ী জিলাৰ সীমাত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পিছত নেপাল আৰক্ষীয়ে এজন ভাৰতীয়ক নিজৰ জিম্মাত লৈ শাস্তি প্ৰদান কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে । ৰঙা চকুৰ মোদী আৰু সুশাসন বাবু নীতিশ কুমাৰ ইয়াৰ উত্তৰ দিবনে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । সূৰ্যেৱালাই যুগুত কৰা প্ৰতিবেদনত উল্লেখ আছে যে, নেপাল আৰক্ষীয়ে জিম্মাত লোৱা ভাৰতৰ ব্যক্তিজনে নিজ দেশলৈ উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ আগত নিজৰ দুৰ্দশাৰ কথা অৱগত কৰে ।

লগতে পঢ়ক: বিশ্বজুৰি ৭.৫ মিলিয়ন অতিক্ৰম কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাঃ বিশ্ব স্বাস্থ্য় সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.