ETV Bharat / bharat

কেব ভাৰতৰ আভ্যন্তৰীণ বিষয়; ইয়াকে লৈ বাহিৰৰ দেশৰ মন্তব্য নিষ্প্ৰয়োজনঃ পি.এল.পুনিয়া

author img

By

Published : Dec 10, 2019, 9:32 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ স্থিতি ব্যক্ত কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পি.এল.পুনিয়াই ৷ কেবক লৈ পাকিস্তান আৰু আমেৰিকাৰ আন্তৰ্জাতিক সংস্থাৰ মন্তব্য সন্দৰ্ভত এই বিধেয়ক ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷

Congress leader's reaction on CAB
কেব ভাৰতৰ আভ্যন্তৰীণ বিষয়,ইয়াক লৈ বাহিৰৰ দেশৰ মন্তব্য নিষ্প্ৰয়োজনঃ পি.এল.পুনিয়া

নতুন দিল্লী,10 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মংগলবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজ অভিমত ব্যক্ত কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পি.এল.পুনিয়াই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আমেৰিকাৰ ইউএছচিআইআৰএফে ভাৰতক তীব্ৰ সমালোচনা কৰা লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত এই কাৰ্যৰ বাবে প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে বুলি মন্তব্য কৰিছিল ৷ আনহাতে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰত চৰকাৰৰ এই পদক্ষেপক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে এক পদক্ষেপ বুলি মন্তব্য কৰিছিল ৷

কেব ভাৰতৰ আভ্যন্তৰীণ বিষয়,ইয়াক লৈ বাহিৰৰ দেশৰ মন্তব্য নিষ্প্ৰয়োজনঃ পি.এল.পুনিয়া

ইফালে কংগ্ৰেছ সাংসদগৰাকীয়ে লোকসভাৰ লগতে ৰাজ্যসভাতো বিলখনৰ বিপক্ষে কংগ্ৰেছৰ বিৰোধী অৱস্থান অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷ ৰাজ্যসভাত বিলখনৰ বিৰোধিতাৰ বাবে অন্যান্য দলসমূহৰ সৈতে কথা-বাৰ্তা চলি আছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ লগতে এই বিলখনে সংবিধানৰ মূল গাঁথনিক আঘাত কৰা বুলিও মন্তব্য কৰে ৷ ইফালে কেব সন্দৰ্ভত তেওঁ আৰু কয় যে, কেব উচ্চ সদনত গৃহীত হ'লেও ই ভাৰতৰ এক আভ্যন্তৰীণ বিষয় ৷ গতিকে এইক্ষেত্ৰত পাকিস্তান আৰু আমেৰিকাৰ মন্তব্যৰ নিষ্প্ৰয়োজন ৷

আৰু পঢ়ক কেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ

Intro:नई दिल्ली: अंतरराष्ट्रीय धार्मिक स्वतंत्रता पर संघीय अमेरिकी आयोग (यूएससीआईआरएफ) ने नागरिकता संशोधन विधेयक को ले कर भारत पर निशाना साधते हुए कहा है कि "ये गलत दिशा में बढ़ाया गया एक खतरनाक कदम है" और इसके लिये भारत के गृहमंत्री अमित शाह पर प्रतिबंध लगाया जाना चाहिए। हालांकि इस पर जवाब देते हुए कांग्रेस का ये मनना है कि नागरिकता संशोधन विधेयक भारत का एक आन्तरिक मामला है जिस पर अमेरिका या पकिस्तान जैसे किसी भी देश को बोलने का हक़ नहीं है।

Body:ईटीवी भारत से बातचीत के दौरान कांग्रेस के राज्यसभा सांसद पी एल पुनिया ने कहा, "नागरिकता संशोधन बिल अगर कल राज्यसभा से भी पास हो जाता है तो ये स्पष्ट है कि ये हमारा आन्तरिक मामला है। इस मामले का पकिस्तान, अमेरिका या उनके संगठनों का कोई लेना देना नहीं है।"

लोकसभा में सोमवार को पारित किए गए नागरिकता संशोधन बिल को लेकर पाकिस्तान के प्रधानमंत्री इमरान खान ने भी एक बड़ा बयान दिया है जिसमें उन्होंने इस बिल को आरएसएस की हिंदू राष्ट्र की सोच का एक हिस्सा बताया है। इसका जवाब देते हुए पीएल पुनिया ने कहा, " पाकिस्तान कभी भारत की तारीफ नहीं करता है, कभी हमें मदद नहीं देता और ना ही हमारा शुभचिंतक है इसलिए पाकिस्तान जो भी बयान दे उसे हमारा कोई लेना-देना नहीं है। नागरिकता संशोधन विधेयक हमारा आंतरिक मामला है।"

Conclusion: सोमवार को लोकसभा में कांग्रेस की पुरजोर विरोध के बावजूद भी नागरिकता संशोधन बिल भारी बहुमत से पास हो गया। लकी से अभी राज्यसभा में पास होना बाकी है। आगे की रणनीति के बारे में बताते हुए पुनिया ने कहा, " इस बिल को लेकर कांग्रेस पार्टी का मत स्पष्ट है। राज्यसभा में भी हमें इस बिल का विरोध करेंगे अन्य राजनीतिक दलों से भी बातचीत जारी है। हमारा अभी भी यही पक्ष है की नागरिकता संशोधन बिल संविधान की मूल भावना के खिलाफ है। हमें उम्मीद है कि कल यह बिल राज्यसभा से पास नहीं होगा।"
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.