ETV Bharat / bharat

কংগ্ৰেছৰ সপ্তমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

শুকুৰবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ বাবে জম্মু-কাশ্মীৰ , ত্ৰিপুৰা, চট্টিশগড়,ওড়িশা,মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ , তেলেংগানা ,পুডুচেৰীৰ বাবে  প্ৰাৰ্থী তালিকা ৷ ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে দলটোৱে ৷

author img

By

Published : Mar 23, 2019, 11:42 AM IST

lok SABHA

নতুন দিল্লী ,23 মাৰ্চ : কংগ্ৰেছে শুকুৰবাৰে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ 34 জনীয়া প্ৰাৰ্থীতালিকা ৷ ওড়িশাবিধানসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে দলটোৱে ৷

  • Congress party releases 7th list of 35 candidates. Renuka Chowdhury to contest from Khammam (Telangana), Imran Pratapgarhi to contest from UP's Moradabad (in place of Raj Babbar), Preeta Harit from UP's Agra, Raj Babbar from UP's Fatehpur Sikri. #LokSabhaElections2019 pic.twitter.com/wLEnMHihSg

    — ANI (@ANI) March 22, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

শুকুৰবাৰে নিশা ঘোষণা কৰা হয় দলটোৰজম্মু-কাশ্মীৰ , ত্ৰিপুৰা, চট্টিশগড়,ওড়িশা,মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ , তেলেংগানা ,পুডুচেৰীৰ বাবে প্ৰাৰ্থী তালিকা ৷ তালিকাখনত চট্টিশগড়ৰ বাবে চাৰিজন প্ৰাৰ্থী , জম্মু-কাশ্মীৰ, ত্ৰিপুৰা আৰু ওড়িশাৰ বাবে দুজনকৈ প্ৰাৰ্থী ,মহাৰাষ্ট্ৰৰ বাবে পাঁচজন , তামিলনাডুৰ বাবে আঠজন, উত্তৰ প্ৰদেশৰ বাবে নজন ,তেলেংগানা আৰু পুডুচেৰীৰ বাব এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে ৷

ইয়াৰ পূৰ্বে সোমবাৰে দলটোৱে প্ৰকাশ কৰা পঞ্চমখন 56 জনীয়া তালিকাত অন্তৰ্ভুক্ত হৈছিল অসমৰ পাঁচগৰাকী প্ৰাৰ্থীৰ নাম ৷ ভুৱনেশ্বৰ কলিতাই মঙলদৈৰ পৰা , এম জি ভি কে ভানুৱে তেজপুৰৰ পৰা ,প্ৰদ্যুৎ বৰদলৈৱে নগাঁৱৰ পৰা , অনিল বৰগোহাঁয়ে লখিমপুৰৰ পৰা আৰু বীৰেণ সিং ইংতিয়ে ডিফুৰ পৰা লাভ কৰিছে প্ৰাৰ্থিত্ব ৷

উল্লেখ যোগ্য যে , কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকাপ্ৰকাশ কৰিছিল 7 মাৰ্চত ৷ সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ 11 এপ্ৰিলত আৰম্ভণি হ'ব ৷ 23 মেত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ৷

Congress declares 34 more Lok Sabha candidates

শুকুৰবাৰে নিশা 34 জন প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ 

নতুন দিল্লী ,23 মাৰ্চ : কংগ্ৰেছে শুকুৰবাৰে ঘোষণা কৰে 34 জন প্ৰাৰ্থীৰ প্ৰাৰ্থী তালিকা ৷ ওড়িশ্যা বিধানসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী ঘোষণা দলটোৰ ৷

কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শুকুৰবাৰে নিশা ঘোষণা কৰে জম্মু আৰু কাশ্মীৰ , ত্ৰিপুৰা, চট্টিশগড়,ওড়িশ্যা,মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ , তেলেংগানা ,পুডুচেৰীৰ বাবে  প্ৰাৰ্থী তালিকা ৷ চট্টিশগড়ৰ বাবে চাৰিজন প্ৰাৰ্থী , জম্মু-কাশ্মীৰ, ত্ৰিপুৰা আৰু ওড়িশ্যাৰ বাবে দুজনকৈ প্ৰাৰ্থী ,মহাৰাষ্ট্ৰৰ বাবে পাঁচজন , তামিলনাডুৰ বাবে আঁঠজন, উত্তৰ প্ৰদেশৰ বাবে নজন ,তেলেংগানা আৰু পুডুচেৰীৰ বাব এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে ৷ উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰিৱৰ্তে ফটেহপুৰ চিক্ৰিৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াৱ কংগ্ৰেছ দলৰ উত্তৰ প্ৰদেশৰ প্ৰধান ৰাজ বাব্বৰে ৷
congress.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.