ETV Bharat / bharat

আমেৰিকাত কোভিড-১৯ ত প্ৰতিদিনে ৬০০ লোকৰ মৃত্যু - ৰাছিয়া

বৰ্তমানেও সমগ্ৰ বিশ্বত অব্যাহত আছে কোভিড-১৯ ৰ সন্ত্ৰাস । এই মাৰাত্মক ভাইৰাছবিধত বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই কম বেছি পৰিমানে আক্ৰান্ত হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰতো এই ভাইৰাছবিধে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে । Johns Hopkins বিশ্ববিদ্যালয়খনৰ এক গণনা অনুসৰি, ২৪ এপ্ৰিলৰ পিচত দেশখনত এই ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি হৈছে ।

confirmed-new-virus-cases-hit-a-new-high-in-us

author img

By

Published : Jun 26, 2020, 11:45 PM IST

নিউজ ডেস্ক, ২৬ জুন : বৰ্তমানেও সমগ্ৰ বিশ্বত অব্যাহত আছে কোভিড-১৯ ৰ সন্ত্ৰাস । এই মাৰাত্মক ভাইৰাছবিধত বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই কম বেছি পৰিমানে আক্ৰান্ত হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰতো এই ভাইৰাছবিধে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে । শুকুৰবাৰে দেশখত ৪০ হাজাৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে । যদিও মাজভাগত এই ৰাষ্ট্ৰখনত আক্ৰান্ত লোকৰ সংখ্যা কিছু পৰিমানে হ্ৰাস পাইছিল শেহতীয়াকৈ পুনৰ ৰাষ্ট্ৰখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । তথ্য অনুসৰি, দেশখনৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত এই ভাইৰাছত অধিক লোক আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যাও বৃদ্ধি হৈছে ।

Johns Hopkins বিশ্ববিদ্যালয়খনৰ এক গণনা অনুসৰি, ২৪ এপ্ৰিলৰ পিচত এই ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি হৈছে । ২৪ এপ্ৰিলৰ পিচত প্ৰতিদিনেই প্ৰায় ৩৬,৪০০ লোক ভাইৰাছত আক্ৰান্ত হৈছে । তথ্য অনুসৰি, এপ্ৰিলৰ মাজত দেশখনত প্ৰতিদিনে ২২০০ লোক ভাইৰাছত আক্ৰান্ত হৈছিল । লগতে দেশখনত প্ৰতিদিনে ৬০০ লোক এই ভাইৰাছত মৃত্যু হৈছে ।

লগতে বিশ্ববিদ্যালয়খনৰ গণনা অনুসৰি, এই ভাইৰাছবিধত দেশখনত ১ লাখ ২৪ হাজাৰ লোকৰ মৃত্যু হৈছে । লগতে চীন, ৰাছিয়া, ইণ্ডোনেছিয়া, পাকিস্তান, মেক্সিকো আদিৰ দৰে দেশতো এই ভাইৰাছবিধত আক্ৰান্ত হৈ সন্ত্ৰাস চলাই আহিছে ।

দক্ষিণ আফ্ৰিকাৰ ১ লাখ ১৮ হাজাৰ আফ্ৰিকা নাগৰিকৰ ভিতৰত প্ৰায় আধা লোকে এই ভাইৰাছত আক্ৰান্ত হৈছে । লগতে ইউৰোপীয় দেশ ইটালীতো এই ভাইৰাছে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শিশুসহ নিৰাপত্তাৰক্ষীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.