ETV Bharat / bharat

মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্ত বিশ্বনাথ সোমাদাৰ - উচ্চতম ন্যায়ালয়

দেওবাৰে বিশ্বনাথ সোমাদাৰক ভাৰতৰ মুখ্য ন্যায়ধীশ এছ. এ. ববডেই মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়ধীশ হিচাপে নিযুক্তি প্ৰদান কৰে ৷

মেঘালয়
মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়ধীশৰূপে নিযুক্তি বিশ্বনাথ সোমাদাৰক
author img

By

Published : Apr 19, 2020, 11:57 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে বিশ্বনাথ সোমাদাৰক । দেওবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ. এ. বোবডেৰ নেতৃত্বত সোমাদাৰক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ দ্বাৰা এই নিযুক্তি দিয়া হয় ।

বিশ্বনাথ সোমাদাৰ
মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়ধীশৰূপে নিযুক্তি বিশ্বনাথ সোমাদাৰক

আনহাতে, মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মহম্মদ ৰফিকক উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় বুলি সদৰী কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.