ETV Bharat / bharat

মধ্যপ্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান

মধ্যপ্ৰদেশৰ 28 খন বিধানসভা আসনৰ বাবে হোৱা উপ-নিৰ্বাচনৰ ফলাফল অহাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান উপস্থিত হয় বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৷ কাৰ্যালয়ত উপস্থিত হৈয়ে কৰ্মকৰ্তা সকলক সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

author img

By

Published : Nov 11, 2020, 5:39 AM IST

CM SHIVRAJS STATEMENT AFTER BY ELECTION RESULTS IN BHOPAL
মধ্যপ্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী শিৱৰাজ

নিউজ ডেস্ক, 11 নৱেম্বৰ : মধ্যপ্ৰদেশৰ 28খন বিধানসভা আসনৰ বাবে হোৱা উপ-নিৰ্বাচনৰ ফলাফল অহাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান উপস্থিত হয় বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৷ কাৰ্যালয়ত উপস্থিত হৈয়ে কৰ্মকৰ্তা সকলক সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই সুযোগতে বিজেপিৰ কাৰ্যালয়ত সমৰ্থক সকলে বিজয়ী হোৱাৰ আনন্দত আৱতৰীয়া দিপাৱলী উদযাপন কৰি বিজয়-উল্লাস কৰা পৰিলক্ষিত হয় ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহানে উপ-নিৰ্বাচনত হোৱা জয়লাভক সুন্দৰ জয় আখ্যা দি মধ্যপ্ৰদেশৰ জনতাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰী শিবৰাজ সিংহ চৌহানে পূৰ্বৰ মুখ্যমন্ত্ৰী কমল নাথক সমালোচনা কৰে ৷

লগতে পঢ়কে : বিহাৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা, পঢ়ক সবিশেষ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.