ETV Bharat / bharat

এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে চি বি আইৰ গোচৰ ৰুজু - উচ্চতম ন্যায়ালয়

এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে চি বি আইক গোচৰ ৰুজু কৰিবলৈ সন্মতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ৷

এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে চি বি আয় গোচৰ ৰুজু
author img

By

Published : Jul 31, 2019, 4:57 PM IST

নিউজ ডেস্ক,31 জুলাই: ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এলাহবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বিচাৰপীঠৰ ন্যায়াধীশ এচ এন শুক্লাৰ বিৰুদ্ধে চি বি আইক গোচৰ ৰুজু কৰিবলৈ সন্মতি প্ৰদান কৰিছে ৷ Prevention of Corruption Actৰ আধাৰত এই গোচৰ ৰুজু কৰা হ’ব ৷ শুক্লাই ব্যক্তিগত খণ্ডৰ চিকিৎসা মহবিদ্যালয় সমূহত এম বি বি এচ পাঠ্যক্ৰমত নাম ভৰ্তিৰ সময়সীমা বৃদ্ধি কৰি দিছিল, যিটো আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ অৱমাননা কৰা এটা নিৰ্দেশ ৷

  • An in-house panel constituted by Former Chief Justice of India Dipak Misra had found Justice SN Shukla guilty of giving favors to a private medical college by extending deadline for MBBS admission of students. https://t.co/YJL9YFUNRm

    — ANI (@ANI) July 31, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ আদেশত তদন্ত ঘোষণা কৰা হৈছিল ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে ৷ উত্তৰ প্ৰদেশৰ Advocate General ৰাঘবেন্দ্ৰ সিঙৰ গোচৰৰ ভিত্তিত ঘোষণা কৰা হৈছিল তদন্তৰ ৷ Judicial Misconductৰ বাবে ৰুজু কৰা হৈছিল গোচৰ ৷ ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে উচ্চ ন্যায়ালয়ৰ 3জন ন্যায়াধীশৰ এখন পেনেল গঠন কৰি তদন্তৰ ঘোষণা কৰিছিলে য’ত দোষী সাব্যস্ত হয় শুক্লা ৷ ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শুক্লাক পদত্যাগ কৰিবলৈ অথবা স্বেচ্চামূলক অৱসৰ লবলৈ কৈছিলে,যাক অৱমাননা কৰিছিল শুক্লাই ৷ ইয়াৰ পিছতে 2018ত সকলো ন্যায়িক কাৰ্য শুক্লাৰ পৰা কাঢ়ি লোৱা হৈছিল ৷ উল্লেখ্য যে, এজন উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমতি অবিহনে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি ৷

Intro:Body:

CJI ALLOWS CBI TO FILE FIR AGAINST JUSTICE SHUKLA OF ALLAHABAD HIGH COURT UNDER PREVENTION OF CORRUPTION ACT

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.