ETV Bharat / bharat

শুকুৰবাৰে ঘোষণা হ'ব CICSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল - ফলাফল

কাউঞ্চিল অৱ ইণ্ডিয়ান স্কুল ছাৰ্টিফিকেচন এক্সামিনেছন(CISCE)-য়ে 10 জুলাইত ঘোষণা কৰিব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল । শুকুৰবাৰে বিয়লি 3 বজাৰ পৰা বৰ্ডৰ ৱেবচাইট আৰু এচ এম এচৰ জৰিয়তে লাভ কৰিব পাৰিব এই ফলাফল ।

কাইলৈ ঘোষণা কৰা হ'ব CICSE পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

author img

By

Published : Jul 10, 2020, 1:48 AM IST

নিউজ ডেস্ক, 9 জুলাইঃ CISCE-য়ে শুকুৰবাৰে ঘোষণা কৰিব দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল । কাউঞ্চিল অৱ ইণ্ডিয়ান স্কুল ছাৰ্টিফিকেচন এক্সামিনেছন (CISCE) বৰ্ডৰ সচিব গেৰি আৰাথনে প্ৰকাশ কৰে এই কথা । 10 জুলাইৰ আবেলি 3 বজাৰ পৰা উপলব্ধ হ'ব এই ফলাফল । ছাত্ৰ-ছাত্ৰী সকলে ব'ৰ্ডৰ ৱেবচাইট বা SMSৰ জৰিয়তে নিজৰ ফলাফল লাভ কৰিব পাৰিব ।

CICSE পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে, মহামাৰীৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল । ইয়াৰ পাচতে ফলাফল ঘোষণাৰ বাবে ব'ৰ্ডে বিকল্প ব্যৱস্থাৰ বাবে চিন্তা কৰিছিল । সেই অনুসৰি আভ্যন্তৰীণ মূল্যায়ণ আৰু তিনিটা বিষয়ত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰা হ'ব ফলাফল ।

লগতে পঢ়ক : কৰ'ণাৰ প্ৰভাৱঃ শ্বুটিঙত নিজৰ মেকআপ নিজেই কৰে পৰিধি শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.