ETV Bharat / bharat

ভাৰতৰ ভূমিত ড্ৰোণ উৰুৱাই আটক চীনা নাগৰিক

সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰত ড্ৰোণ উৰুৱাইছিল লোকজনে

etv bharat
author img

By

Published : Mar 18, 2019, 11:41 AM IST

Updated : Mar 18, 2019, 1:01 PM IST

নিউজ ডেস্ক, 18 মাৰ্চ : সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰত ড্ৰন উৰুৱাই গ্ৰেপ্তাৰ হ'ল চীনা নাগৰিক৷ ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰ পৰা 1.5 কি.মি আঁতৰত ড্ৰন উৰুওৱা অপৰাধতেই চি আই এচ এফে কলকাতাৰ ফৰ্ট উইলিয়ামাৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰে লোকজনক৷

লি নামৰ চীনা লোকজনক দেওবাৰে ন্যায়ালয়ত হাজিৰ কৰে কলকাতা আৰক্ষীয়ে৷ ন্যায়ালয়ে25 মাৰ্চলৈ আৰক্ষীৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অভিযুক্ত লিক৷

উল্লেখ্য যে, পাকিস্তানৰ ভূমিত জইছ-ই-মহম্মদৰ ঘাটিত ভাৰতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰাৰ পাচৰেপৰা বৰ্তমানলৈ চাৰিটাকৈ পাকিস্তানী ড্ৰন ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতে৷ এনেস্থলত ভাৰতভূমিত চীনৰ ড্ৰন প্ৰৱেশ কৰা কাৰ্যত কোনো কূটাঘাতমূলক পৰিকল্পনাৰ সন্দেহ প্ৰকাশ কৰি সষ্টম হৈ পৰিছে ভাৰতীয় সেনা৷

chinese national held for flying drone over estern command of indian army

ভাৰত ভূমিত ড্ৰণ উৰুৱাই আটক চীনা নাগৰিক

সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰত ড্ৰন উৰুৱাইছিল লোকজনে

নিউজ ডেস্ক, 18 মাৰ্চ : সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰত ড্ৰণ উৰুৱাই গ্ৰেপ্তাৰ হ'ল চীনা নাগৰিক৷  ইষ্টাৰ্ণ কমাণ্ডাৰৰ হেডকোৱাৰ্টাৰ পৰা 1.5 কি.মি আঁতৰত ড্ৰণ উৰুওৱা অপৰাধতেই চি আই এচ এফে কলকাতাৰ ফৰ্ট উইলিয়ামাৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰে লোকজনক৷

লি নামৰ চীনা লোকজনক দেওবাৰে ন্যায়ালয়ত হাজিৰ কৰে কলকাতা আৰক্ষীয়ে৷ ন্যায়ালয়ে25 মাৰ্চলৈ আৰক্ষীৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অভিযুক্ত লিক৷

উল্লেখ্য যে, পাকিস্তানৰ ভূমিত জইছ-ই-মহম্মদৰ ঘাটিত ভাৰতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰাৰ পাচৰেপৰা বৰ্তমানলৈ চাৰিটাকৈ পাকিস্তানী ড্ৰন ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতে৷ এনেস্থলত ভাৰতভূমিত চীনৰ ড্ৰন প্ৰৱেশ কৰা কাৰ্যত কোনো কূটাঘাতমূলক পৰিকল্পনাৰ সন্দেহ প্ৰকাশ কৰি সষ্টম হৈ পৰিছে ভাৰতীয় সেনা৷ 
drone_4apr2018_nLSJbOt.jpg
Last Updated : Mar 18, 2019, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.