ETV Bharat / bharat

চীনত হ্ৰাস পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Feb 15, 2020, 12:09 PM IST

শনিবাৰে চীনত হ্ৰাস পাইছে নতুন ৰোগ COVID-19 ৷ যিসকল লোকে 14 দিনৰ পৃথকীকৰণ মানি নচলে,সেই সকল লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক বিজ্ঞপ্তিযোগে সতৰ্কতা জাৰি কৰা হৈছে ৷

চীনত হ্ৰাস পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা
চীনত হ্ৰাস পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰীঃ শনিবাৰে এক প্ৰতিবেদনত চীনে 2,641 টা নতুন ভাইৰাছৰ তথ্য প্ৰদান কৰে ৷ শেহতীয়াকৈ মৃত্যু হোৱা লোকৰ সংখ্যা 143 জন হোৱাৰ বিপৰীতে, মুখ্য ভূমি চীনত এই সংখ্যা 1,523 জন ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ এক জাননী অনুসৰি দেশখনত বৰ্তমানলৈ 66,492 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

COVID-19, কৰ'ণা ভাইৰাছৰ পৰা উৎপন্ন হোৱা এক নতুন ৰোগ ৷ 24 ডিচেম্বৰত 24 খনতকৈয়ো অধিক দেশত কৰ'ণা ভাইৰাছ বিয়পি পৰাৰ বিপৰীতে,মধ্য চীনত ইয়াৰ সংক্ৰমণ প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল ৷ শনিবাৰে নতুন ৰোগ COVID-19 ৰ সংখ্যা বৃহস্পতিবাৰৰ স্পাইকৰ পিচত কিছু হ্ৰাস পায় ৷

সংক্ৰমণৰ সন্দেহ থকা লোকসকলৰ বাবে পূৰ্ব উপাচাৰৰ সুবিধাৰ হেতুকে এক নতুন বিধি অৱলম্বন কৰা হৈছে বুলি হুবেই স্বাস্থ্য কৰ্তৃপক্ষৰ এক জাননীত উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে চীনে এই ভাইৰাছক ৰোধ কৰিবলৈ আৰম্ভ কৰা ব্যাপক অভিযানত অভুতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰিছে ৷

14 দিনৰ পৃথকীকৰণ মানি নচলা লোকৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা

এক বিজ্ঞপ্তিত সতৰ্কতা জাৰি কৰি দিয়া হৈছে যে,যিসকল লোকে 14 দিনৰ পৃথকীকৰণ মানি নচলে,সেই সকল লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ কিন্তু ইয়াৰ কাৰ্যকৰীকৰণৰ কোনো তথ্য বৰ্তমানলৈ জনোৱা হোৱা নাই ৷ এই ৰোগ প্ৰব্ৰজনৰ দ্বাৰা সংক্ৰমিত হোৱাৰো সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰা বাবে উত্তৰ কোৰিয়াত এজনক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.