ETV Bharat / bharat

কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে - কোৰোণা ভাইৰাছ

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি নতুন কোৰোণা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ,ভাগৰুৱা অনুভৱ কৰা,শুকান কাহৰ লগতে উশাহ লোৱাত কষ্ট পোৱা(Dyspnea) ৷

কোৰোণা ভাইৰাছৰ লগত যুঁজ দিবলৈ ভেকচিন প্ৰস্তুতি খৰতকীয়া চীনৰ
কোৰোণা ভাইৰাছৰ লগত যুঁজ দিবলৈ ভেকচিন প্ৰস্তুতি খৰতকীয়া চীনৰ
author img

By

Published : Jan 27, 2020, 4:05 AM IST

Updated : Jan 27, 2020, 7:48 AM IST

নিউজ ডেস্ক, 27 জানুৱাৰীঃ শেহতীয়াকৈ দেশত ঘাটত ৰূপত দেখা দিয়া কোৰোণা ভাইৰাছে 56 জনকৈ লোকৰ প্ৰাণ কাঢ়ি লৈ যোৱাৰ ফলত ততাতৈয়াকৈ এটা ভেকচিন সাজু কৰাত ব্যস্ত হৈ পৰিছে চীন ৷ তথ্য অনুসৰি, বৰ্তমানলৈ প্ৰায় 2000 লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ শনিবাৰে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে এখন বৈঠকত কোৰোণা ভাইৰাছৰ ক্ষেত্ৰত দেশবাসীক সতৰ্ক কৰে ৷ আনহাতে দেওবাৰে চীনৰ "ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধক চেন্টাৰ"ৰ বিজ্ঞানী "খো ৱেনবো"য়ে কয় যে, কোৰোণা ভাইৰাছৰ প্ৰথম অংশক বিচ্ছিন্ন কৰাত বিজ্ঞানীসকল ইতিমধ্যে সফল হৈছে ৷

চীনৰ এখন বৃহৎ চহৰ চাংহাইত পোন প্ৰথমে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হৈছিল ৷ পৰৱৰ্তী সময়ত এই ভাইৰাছে দেশত আতংকৰ সৃষ্টি কৰে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ শেহতীয়া তথ্য অনুসৰি,এই পৰ্যন্ত 1975 জন লোক এই ভাইৰাছত আক্ৰান্ত ৷ শনিবাৰলৈ কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনৰ লগতে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 688 জন ৷ ইয়াৰোপৰি, 324 গৰাকী ৰোগীৰ অৱস্থা অতি সংকটজনক হোৱাৰ লগতে চিকিৎসকে সদৰি কৰা মতে, 49 জন লোক বৰ্তমান সংকটমুক্ত ৷

হোৱেই চহৰৰ ৰাজধানী উৱাহানত পোন প্ৰথমে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ 52 জনকৈ লোকৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ৱেইজিঙৰ নিকটৱৰ্তী হেবেই চহৰত এজন লোক,হেইলোগজিয়াং (উত্তৰ-পূব),হেনান(মধ্য পূব) আৰু শাংঘাইত(পূব) এজনকৈ লোকৰ মৃত্যু ঘটে ৷ ইতিমধ্যে কোৰোণা ভাইৰাছত আক্ৰান্তসকলৰ 23,500 জন সম্পৰ্কীয়ৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে ভিতৰত 21,500 জন লোকক তত্ত্বাৱধানত ৰখা হৈছে ৷ আনহাতে,এই ৰোগ কেৱল চীনতে সীমাবদ্ধ নহয়,চীনৰ বাহিৰত কানাডাটো এজন ব্যক্তি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ চলিচিটৰ জেনেৰেলৰে গুৰুত্বপূৰ্ণ বৈঠক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমন্বিতে দুই মহাধিবক্তাৰ

কানাডা, চীনৰ উপৰিও হংকং, থাইলেণ্ড, মাকাউ,অষ্ট্ৰেলিয়া,দক্ষিণ কোৰিয়া,টাইৱান,ছিংগাপুৰ,মালয়েছিয়া,নেপাল আৰু ফ্ৰান্সৰ লগতে জাপান আমেৰিকা আৰু ভিয়েটনামটো কোৰোণা ভাইৰাছত বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ উল্লেখ্য যে, পাকিস্তানত থকা 4 জনকৈ চীনা লোককো কোৰোণা ভাইৰাছৰ পৰীক্ষা কৰাবলৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বৰ্তমান পৰ্যন্ত দেশখনত কোৰোণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱা নাই বুলি পাকিস্তানৰ স্বাস্থ্য কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি নতুন কোৰোণা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ,ভাগৰুৱা অনুভৱ কৰা, শুকান কাহৰ লগতে উশাহ লোৱাত কষ্ট পোৱা(Dyspnea)

ZCZC
PRI GEN INT
.BEIJING FGN27
CHINA-2NDLD VIRUS
Coronavirus death toll hits 56; health officials say virus' ability to spread getting stronger
         
         Beijing, Jan 26 (PTI) Scientists in China are ramping up efforts to develop a vaccine against the deadly coronavirus as the death toll on Sunday rose sharply to 56 and the number of people infected with the SARS-like virus expected to reach 3,000, prompting authorities to expand travel lockdown to contain the epidemic.
          The mayor of Hubei province's capital Wuhan, a city of about 11 million and the epicentre of the coronavirus outbreak that has killed 56 and infected 1,975 people, on Sunday said he expects another 1,000 new patients in the city, according to state broadcaster CCTV.
          Zhou Xianwang said "it was possible to add about 1,000 cases" based on the number of patients in hospital being tested or undergoing observation in the city.
          Premier Li Keqiang will head the high-level group to fight the coronavirus epidemic as health officials said the virus's ability to spread is getting stronger.
          The Chinese Centre for Disease Control and Prevention (CDC) announced on Sunday that researchers had isolated viruses and were selecting a strain, Xu Wenbo, a director of CDC's virus institute, told South China Morning Post.
          Xu at a press conference in Beijing said that researchers had used high-throughput genetic sequencing to identify pathogens one day after the first four samples were sent from Wuhan on January 2.
          China's National Health Commission (NHC) on Sunday said that the new coronavirus is contagious even in its incubation period, which lasts up to 14 days, and that the virus' ability to spread is getting stronger, the Hong Kong-based daily reported.
          Ma Xiaowei, the minister in charge of the NHC, told a press briefing that the authorities' understanding of the virus was limited and they were also unclear on the risks posed by possible mutations.
          The outbreak is expected to continue for some time, he was quoted as saying.
          Ma said that unlike Sars (severe acute respiratory syndrome) the new coronavirus was infectious during its incubation period. He also reiterated earlier reports that people infected with the virus might not immediately show any symptoms.
          While Wuhan and 17 others cities in Hubei province remained the epicentre of the viral disease outbreak with most of the deaths having taken place there, the cases have started rising steadily in most of the Chinese provinces and cities, including Beijing.
          Originating Wuhan, the virus has spread throughout China and across the world -- with cases confirmed in around a dozen countries as distant as the United States.
          The US, France and Russia are preparing to pull their citizens out of Wuhan. Other countries are ramping up quarantine measures in an attempt to prevent further infections in their own territories.
          India on Sunday said it is examining "all options" in consultations with China to provide relief to over 250 stuck Indians, mostly students, in Wuhan. India on Sunday opened a third hotline in view of "large number" of phone calls from the Indians who are mostly students, the Indian Embassy in Beijing said.
          "In view of the large number of calls received in the two hotline numbers set up by @EOIBeijing in connection with the outbreak of coronavirus infection, @EOIBeijing has decided to open a third hotline number +8618610952903," the Embassy tweeted.
          The other two hotline numbers are 8618612083629 and 8618612083617, the Embassy said.
          The Embassy said it is examining all options and holding consultations with China to provide relief to the Indians holed up in Wuhan.
          "Over the last two days our hotlines have fielded nearly 600 calls to respond to concerns regarding this difficult situation. GoI and @EOIBeijing are also examining all options, including through consultations with the Chinese authorities, to provide relief to our affected citizens," another tweet by the Embassy said.
          The reference to all options was seen as a pointer to explore the option to evacuate the stranded Indians.
          In a rare move the Indian Embassy here on Sunday cancelled the Republic Day ceremony, owing to the rising concern of the virus which has spread to all provinces except Tibet.
          As well as locking down cities, the government was sending more doctors and nurses, and more medical supplies to Wuhan. More than 1,350 medics had already arrived in the city to help battle the epidemic and a further 1,000 would follow.
          Amid the situation becoming grim, Chinese President Xi Jinping on Saturday said China is facing a "grave situation" but he exuded confidence that the country would "win the battle" against the epidemic.
          Stepping up all-round efforts to contain the fast spreading SARS-like virus, China on Saturday announced it would build another 1,300-bed makeshift hospital in Wuhan in the next 15 days in addition to another 1,000-bed hospital being built presently in the city and expected to be completed in 10 days, to treat more cases of the deadly virus. PTI KJV
PMS
PMS
01262100
NNNN
Last Updated : Jan 27, 2020, 7:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.