ETV Bharat / bharat

বিহাৰৰ পিচতেই ঝাৰখণ্ডত এনকেফেলাইটিছৰ আতংকঃ এজনৰ মৃত্য়ু - ঝাৰখণ্ডত এনকেফেলাইটিছৰ আতংক

বিহাৰত দেৰ শতাধিক শিশুৰ মৃত্যুৰ পিচতেই এইবাৰ ঝাৰখণ্ডত আতংকৰ সৃষ্টি কৰিছে জাপানীজ এনকেফেলাইটিছে ৷ ৰাজ্যখনত বৰ্তমানলৈ এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে এশৰো অধিক শিশু ৷

জাপানীজ এনকেফেলাইটিছঃ ঝাৰখণ্ডত মৃত্যু এটি শিশু
author img

By

Published : Jul 6, 2019, 4:04 PM IST

নিউজ ডেস্ক, 6 জুলাইঃ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এটি শিশুৰ ৷ ৰাঁচীৰ চৰকাৰী স্বাস্থ্যখণ্ডই প্ৰকাশ কৰা তথ্য অনুসৰি লাতেহাৰ নিবাসী এটি শিশুৰ মৃত্যু ঘটাৰ লগতে এশৰো অধিক শিশু এই বেমাৰত আক্ৰান্ত হৈছে ৷

EtvBharatAssam
জাপানীজ এনকেফেলাইটিছঃ ঝাৰখণ্ডত মৃত্যু এটি শিশু

যিটো সময়ত বিহাৰত দুশৰো অধিক শিশু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল তেনে সময়তে ঝাৰখণ্ডত দেখা দিয়া বেমাৰৰ লক্ষণ বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ইতিমধ্যে ৰাজ্যখনৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ লগতে বেচৰকাৰী সকলো স্বাস্থ্যকেন্দ্ৰকে এই বিষয়ে সচেতন হৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

অধিক পঢ়কঃ সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি

অধিক পঢ়কঃ ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3

Intro:बिहार के मुजफ्फरपुर जिले में चमकी बुखार से हो रही बच्चों की मौत के बाद अब झारखंड में भी इस बीमारी से पीड़ित एक बच्चे की मौत हो गई।

मिली जानकारी के अनुसार लातेहार निवासी सत्यम कुमार नाम के चार वर्षीय बच्चे की राजधानी के रानी अस्पताल में शुक्रवार को मौत हो गई ।

वह बच्चा एक्यूट इंसेफेलाइटिस सिंड्रोम(एइएस)से पीड़ित था।Body:आपको बता दें कि इस बीमारी से बिहार के मुजफ्फरपुर जिले में लगभग 200 बच्चे की मौत हो चुकी है उसके बाद शुक्रवार को झारखंड में एक्यूट इंसेफेलाइटिस सिंड्रोम( चमकी बुखार) का पहला मरीज पाया गया।

इससे पहले भी रिम्स में इंसेफेलाइटिस के मरीज पाए गए थे लेकिन उनमें चमकी बुखार के लक्षण नहीं थे, लेकिन शुक्रवार को लातेहार से आए 4 वर्षीय सत्यम कुमार की रानी अस्पताल में डॉक्टरों ने चमकी बुखार से मौत की पुष्टि की।Conclusion:गौरतलब है कि जिस प्रकार से बिहार में चमकी बुखार ने सैकड़ों बच्चों को काल के गाल में समा लिया था, और अब झारखंड में इसका दस्तक देना निश्चित रूप से स्वास्थ्य विभाग के लिए चुनौती का कारण बन सकता है।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.