ETV Bharat / bharat

চম্বল নদীৰ হৃদয়বিদাৰক ঘটনাত ইতিমধ্যে প্ৰাণ গৈছে 13 জন লোকৰ - 5-in-rajasthan

কোটাৰ খাটলি থানাৰ সীমান্তৱৰ্তী এলেকাত বুধবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ নাওঁ দুৰ্ঘটনা ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 5 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰূজু কৰা হৈছে ৷

চম্বল নদীৰ হৃদয়বিদাৰক ঘটনাত ইতিমধ্যে  প্ৰাণ গৈছে 13 জন লোকৰ

author img

By

Published : Sep 17, 2020, 5:35 PM IST

নেশ্যনেল ডেস্ক, 17 চেপ্তেম্বৰ: ৰাজস্থানৰ কোটাৰ চম্বল নদীত বুধবাৰে সংঘটিত হোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনাত ইতিমধ্যে 13 জন লোকৰ প্ৰাণ গৈছে ৷ এই পৰ্যন্ত উদ্ধাৰ হৈছে 11 টা মৃতদেহ ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 5 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰূজু কৰা হৈছে ৷

চম্বল নদীৰ হৃদয়বিদাৰক ঘটনাত ইতিমধ্যে প্ৰাণ গৈছে 13 জন লোকৰ

উপ আৰক্ষী অধীক্ষক শুভকৰণ পুলীৰ মতে, অভিযুক্ত কেইজন ক্ৰমে,মহেন্দ্ৰ,হেমৰাজ,মিনা শ্বেৰগাড়,বিনোদ ৰামকুমাৰ ৷ এইকেইগৰাকীৰ বিৰুদ্ধে অবৈধভাৱে নাওঁ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইপিনে বুধবাৰে কমলেশ্বৰ ধাম দৰ্শন কৰিবলৈ যোৱা 25-30 গৰাকী লোকৰ সৈতে কোটাৰ ইটাৱাত চম্বল নদীৰ নাওঁ দুৰ্ঘটনাটো কোটাৰ খাটলি থানাৰ সীমান্তৱৰ্তী এলেকাত সংঘটিত হৈছিল ৷

লগতে পঢ়ক : পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.