ETV Bharat / bharat

PSS ৰ অধীনত 3.75 লাখ টন বীজ ক্ৰয় কেন্দ্ৰৰ - সৰ্বমুঠ 3.75 লাখ টন সামগ্ৰী ক্ৰয়

কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিছে 1.92 লাখ টন গ্ৰাম আৰু টুৰ দাইল আৰু 1.83 লাখ টন সৰিয়হৰ বীজ ৷ Price Support Scheme (PSS) ৰ অধীনত সৰ্বমুঠ 3.75 লাখ টন সামগ্ৰী ক্ৰয় কৰিছে ৷

Price Support Scheme (PSS)
PSS ৰ অধীনত 3.75 লাখ টন বীজ ক্ৰয় কেন্দ্ৰৰ
author img

By

Published : Apr 28, 2020, 10:46 PM IST

নেশ্য়নেল ডেস্ক, 28 এপ্ৰিল : COVID-19 লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিছে 1.92 লাখ টন গ্ৰাম আৰু টুৰ দাইল আৰু 1.83 লাখ টন সৰিয়হৰ বীজ ৷ কৃষি মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, Price Support Scheme (PSS) ৰ অধীনত সৰ্বমুঠ 3.75 লাখ টন সামগ্ৰী ক্ৰয় কৰিছে ৷

ন্যূনতম সমৰ্থন মূল্যৰ (MSP) তলত সামগ্ৰীৰ দাম হ্ৰাস পালে ৰাজ্য চৰকাৰৰ অনুৰোধত PSS ৰ সঞ্চালন কৰা হয় ৷

বৰ্তমানৰ সংকটময় পৰিস্থিতিত প্ৰতিদিনে ক্ৰয় সীমা 25 কুইন্টলৰ পৰা 40 কুইন্টললৈ বৃদ্ধি কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.