ETV Bharat / bharat

দেশৰ জনতাৰ পৰামৰ্শ লৈ আগন্তক বাজেট নিধাৰণ কৰা হ'ব:কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অনুৰাগ সিং ঠাকুৰে ৷ তেওঁ কয়, আগন্তক কেন্দ্ৰীয় বাজেটৰ বাবে দেশৰ জনতাৰ পৰামৰ্শ লোৱা হ'ব ৷

author img

By

Published : Dec 20, 2020, 10:35 AM IST

Central govt taking suggestions from people for upcoming Budget: Anurag Thakur
দেশৰ জনতাৰ পৰামৰ্শ লৈ আগন্তক বাজেট নিধাৰণ কৰা হ'ব

নিউজ ডেস্ক, 20 ডিচেম্বৰ : আগন্তক কেন্দ্ৰীয় বাজেটৰ বাবে সমগ্ৰ দেশৰ জনতাৰ পৰামৰ্শ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ ইন্দোৰ ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটেৰিয়েট অব ইণ্ডিয়াৰ 48 তম সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৷

তেওঁ কয়, 'আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৰু ভাৰতবৰ্ষক 5 টিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ ইন্দোৰ আৰু মধ্য প্ৰদেশৰ ব্যৱসায়ী সকল আগবাঢ়ি আহিছে ৷ মই ইয়াত চৰকাৰী বিষয়া সকলৰ লগতে ব্যৱসায়ী সকলক লগ ধৰি তেওঁ লোকৰ অভিযোগ অনুভৱ কৰিছো ৷'

এই ব্যৱসায়ী সকলে আগন্তক বাজেটৰ সন্দৰ্ভত কিছু পৰামৰ্শ দিয়া কথা সদৰি তেওঁ লগতে কয়, এই বাজেটৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চৰকাৰে পৰামৰ্শ গ্ৰহণ কৰিব ৷ ইয়াৰ সমান্তৰালভাৱে ভাষণত কেন্দ্ৰীয় চৰকাৰে যিমান সম্ভৱ জনতাৰ পৰামৰ্শক বাজেটত অন্তভূক্ত কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে অনুৰাগ ঠাকুৰে ৷

লগতে পঢ়ক:2021 বৰ্ষত প্ৰতিমাহে 850 টন Covax প্ৰদান কৰিব UNICEFয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.