ETV Bharat / bharat

কৰ'ণা ভাইৰাছ সন্দৰ্ভত আলোচনাত বহিছে মন্ত্ৰী পৰিষদৰ সচিব - চীনৰ ওহান চহৰ

কেবিনেট সচিব ৰাজীৱ গৌবাই চীনৰ কৰ'ণা ভাইৰাছৰ প্ৰকোপ,ভাইৰাছ উৎপন্ন হোৱা কাৰণ সম্পৰ্কে আলোচনা কৰাৰ লগতে বেমাৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত আলোচনা কৰে ৷ বৈঠকখনত অংশগ্ৰহণ কৰে স্বাস্থ্য,বিদেশ মন্ত্ৰালয়,শ্ৰম,প্ৰতিৰক্ষা আৰু আই এণ্ড বি মন্ত্ৰণালয়ে ৷

Cabinet Secretary chairs review meet over Novel Coronavirus
কৰ'ণা ভাইৰাছ সন্দৰ্ভত আলোচনাত বহিছে মন্ত্ৰী পৰিষদৰ সচিব
author img

By

Published : Jan 28, 2020, 10:44 AM IST

নতুন দিল্লী,28 জানুৱাৰীঃ দ্ৰুত প্ৰসাৰণকাৰী কৰ'ণা ভাইৰাছৰ কেন্দ্ৰস্থল হৈছে চীনৰ ওহান চহৰ ৷ ওহান চহৰত থকা 250 তকৈ অধিক ভাৰতীয়ক তাৰ পৰা অনাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে মন্ত্ৰী পৰিষদৰ সচিব ৰাজীৱ গৌবাৰ সভাপতিত্বত আলোচনা কৰা হয় চীনত দ্ৰুত গতিত প্ৰসাৰণ হোৱা এই ভাইৰাছবিধৰ প্ৰতিকাৰৰ সম্বন্ধে ৷ এই বৈঠক যোগে চীনৰ কৰুণা ভাইৰাছৰ প্ৰকোপ,ভাইৰাছ উৎপন্ন হোৱা কাৰণ সম্পৰ্কে আলোচনা কৰাৰ লগতে বেমাৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত আলোচনা কৰা হয় ৷ বৈঠকখনত অংশগ্ৰহণ কৰে স্বাস্থ্য,বিদেশ মন্ত্ৰালয়,শ্ৰম, প্ৰতিৰক্ষা আৰু আই এণ্ড বি মন্ত্ৰণালয়ে ৷

Cabinet Secretary chairs review meet over Novel Coronavirus
দ্ৰুত প্ৰসাৰণকাৰী কৰ'ণা ভাইৰাছ

প্ৰতিবেশী দেশলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনা থকা এই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিকাৰৰ বিশেষ সিদ্ধান্ত লোৱা হৈছে ৷ লগতে চীনৰ ওহান চহৰত থকা ভাৰতীয় নাগৰিকসকলক তাৰ পৰা ঘূৰাই অনাৰ বাবে বিশেষ অনুৰোধ কৰিছে চীনৰ অধিকাৰীসকলক ৷ ভাইৰাছ বিয়পি নাযাবৰ বাবে ওহানৰ সৈতে মুঠ 12 খন চহৰক ইতিমধ্যে ছিল কৰি দিয়া হৈছে ৷চৰকাৰী হিচাপ মতে,বৰ্তমানলৈকে 2,744টা ভাইৰাছ ঘটনা ইতিমধ্যে ধৰা পৰাৰ লগতে এই ভাইৰাছৰ ফলত মুঠ 80 জন লোকৰ মৃত্যু হৈছে ৷

Cabinet Secretary chairs review meet over Novel Coronavirus
কৰ'ণা ভাইৰাছ

লগতে পঢ়কঃকোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

Intro:New Delhi: Cabinet Secretary Rajiv Gauba on Monday reviewed the situation arising out of "Novel Coronavirous" outbreak in China.

Body:The meeting which was attended by secretaries of Ministry of Health, external affairs, civil aviation, Labour, defence, I&B among others was informed that till Sunday passengers of 137 flights have been screened for the Novel Coronavirous disease.

Total passengers of 29707 were screened during the process.

However, samples of 12 passengers were referred to NIV Pune. "No positive cases has been reported so far," government official said.

Conclusion:Interestingly, Ministry of Home Affairs has also jumped into action.

To ensure that integrated check posts initiate screening of visitors across Nepal border, states have been asked to provide health staff for these check posts.

SSB, BSF and immigration officers manning integratedcheck posts have also been sensitized.

Meanwhile, health secretary Preeti Sudan chaired a video conference with chief secretaries and DG (police) of five states bordering Nepal (Uttarakhand, Uttar Pradesh, Bihar, West Bengal and Sikkim) and principal secretaries health and reviewed their preparedness for prevention and management of Coronavirous.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.