ETV Bharat / bharat

ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছেঃ প্ৰকাশ জাভেদকাৰ - বিশ্ব অৰ্থনীতি

আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি দ্বাৰা ভাৰতৰ বিকাশৰ হাৰৰ নিম্নতম সংশোধন সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়, ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছে আৰু এই বিষয়ত হতাশবাদী দৃষ্টিভংগী ৰখাটো উচিত নহয় ৷

ভাৰতৰ অৰ্থব্যৱস্থা
প্ৰকাশ জাভেদকাৰ
author img

By

Published : Jan 23, 2020, 11:19 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰীঃ 1 ফেব্ৰুৱাৰীত উপস্থাপন হ'বলগীয়া কেন্দ্ৰীয় বাজেটত অৰ্থনীতিৰ বৃদ্ধিৰ বাবে চৰকাৰে এক 'কৰ্ম পৰিকল্পনা' উন্মোচন কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে বুধবাৰে অৰ্থনৈতিক মৌলিক বিষয়বোৰ খুব শক্তিশালী হৈ আছে বুলি উল্লেখ কৰে ৷ আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি দ্বাৰা ভাৰতৰ বিকাশৰ হাৰৰ নিম্নতম সংশোধন সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছে আৰু এই বিষয়ত হতাশবাদী দৃষ্টিভংগী ৰখাটো উচিত নহয় ৷ বিশ্ব অৰ্থনীতিত উঠা নমাটো থাকে, যিটো বিশ্বৰ প্ৰতিখন দেশতে পৰিলক্ষিত ৷

ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছেঃ প্ৰকাশ জাভেদকাৰ

লগতে পঢ়ক ঃ উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ

ZCZC
PRI GEN NAT
.NEWDELHI DEL29
JAVADEKAR-ECO (R)
Budget will have plan of action on economy: Javadekar
(Eds: Correcting spelling in para 3)
         New Delhi, Jan 22 (PTI) The government will unveil its "plan of action" to boost the economy in the Union Budget to be presented on February 1, Union Minister Prakash Javadekar said on Wednesday, asserting that economic fundamentals remain very strong.
         Responding to a question about the downward revision of India's growth rate by the International Monetary Fund (IMF), he said at a Cabinet briefing that the economy is on the path of "revival" and nobody should have a pessimistic view about it.
         He also slammed critics of the National Population Register exercise, saying that it was done during the Congress-led government as well.
         The exercise was considered good then but bad now when the BJP is doing so, he said. PTI NAB MPB KR KR
ANB
ANB
ANB
01221603
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.