- জন্মু-কাশ্মীৰলৈ সম্প্ৰসাৰিত হ'ব গেছ পাইপলাইন ব্যৱস্থা
- 75বছৰ উৰ্ধৰ লোকে ITR ফাইল দাখিল কৰিব নালাগে
- কৰ্পৰেট কৰ হ্ৰাস কৰা হৈছে এইবাৰৰ বাজেটত
- শ্বেয়াৰ মাৰ্কেটত বাজেটৰ ইতিবাচক প্ৰভাৱ
বাজেটত কি কি থাকিব,কি কি নাথাকিব LIVE - কি কি থাকিব,কি কি নাথাকিব সাধৰণ বাজেটত ?

12:53 February 01
শ্বেয়াৰ মাৰ্কেটত বাজেটৰ ইতিবাচক প্ৰভাৱ
12:47 February 01
সাধাৰণ বাজেটৰ প্ৰতিটো তথ্য LIVE
- ইউৰোপ,জাপানৰ বাবে বিশেষ জাহাজৰ ঘোষণা কৰা হৈছে
- বীমাখণ্ডত FDI 74শতাংশলৈ বৃদ্ধি
- স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে 64,128কোটি টকা ঘোষণা
12:41 February 01
ভেকচিনে প্ৰতি বছৰে 50 হাজাৰ শিশুৰ প্ৰাণৰক্ষা কৰিব
- চলিত বৰ্ষত 11হাজাৰ কি:মি: ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ব
- কৰ'ণাকালৰ সময়ত 100ৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে
- প্ৰধানমন্ত্ৰী আঁচনি মুকলি কৰা হ'ব দেশত
- ভেকচিনে প্ৰতি বছৰে 50 হাজাৰ শিশুৰ প্ৰাণৰক্ষা কৰিব
- ক'ভিড ভেকচিনৰ বাবে 35হাজাৰ কোটি টকা ঘোষণা
- ৰাছিয়াত চলি আছে 4গৰাকী মহাকাশচাৰীৰ প্ৰশিক্ষণ
12:33 February 01
কৰ'ণাকালত সময়ত 5খন মিনি বাজেট ঘোষণা
- ৰাজহুৱা বাছ সেৱাৰ বাবে 18 হাজাৰ কোটি ঘোষণা
- 3বছৰৰ ভিতৰত গেছ যোগানৰ লক্ষ্য
- কৃষকৰ বাবে বাজেটত বৃহৎ ঘোষণা
- কৰ'ণাকালত সময়ত 5খন মিনি বাজেট ঘোষণা
- 40কোটি মহিলাক কেন্দ্ৰৰ পৰা সহায় কৰা হ'ব
- এক দেশ,এক ৰেচন কাৰ্ড আঁচনি বলবৎ
- জলজীৱন আঁচনিৰ বাবে ঘোষণা 2'87 কোটি টকা
12:21 February 01
অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে বিশেষ পেকেজ ঘোষণা
- ক্লীণ ইণ্ডিয়া আঁচনিৰ বাবে 1'41 হাজাৰ লাখ কোটি টকা ঘোষণা
- আন্ত:গাথনিৰ বাবে 20হাজাৰ কোটি টকা
- অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে সুখবৰ
- চাহ শ্ৰমিক সকলৰ বাবে ঘোষণা কৰা হৈছে বিশেষ আঁচনি
- 15 হাজাৰ চৰকাৰী বিদ্যালয় উন্নত কৰা হ'ব
- উচ্চ শিক্ষা আয়োগ গঠন কৰা হ'ব
- আদিবাসী অঞ্চলত একলব্য স্কুল স্থাপন কৰা হ'ব
- সকলো মজদুৰে পাব নূন্যতম মজুৰি
11:41 February 01
বাজেটত আছে মহিলাৰ বাবে বিশেষ পেকেজ
- প্ৰতিখন ৰাজ্যৰ চহৰতে যোগান ধৰা হ'ব বিশুদ্ধ খোৱাপানী
- সৌৰশক্তি নিগমলৈ প্ৰদান কৰা হ'ব 1কোটি টকা
- 8কোটি মহিলাক কেন্দ্ৰৰ পৰা প্ৰদান কৰা হ'ব সুবিধা
- 27খন চহৰত মেট্ট ৰেলৰ সুবিধা কৰা হ'ব
- কৃষকৰ ডেৰ গুণ MSP দিয়া হৈছে
- 2022ত চৰকাৰে মুকলি কৰিব LIC IPO
- চৰকাৰী বেংকসমূহলৈ 22হাজাৰ কৌটি টকা ঘোষণা
- 700কোটিলৈ sensex বৃদ্ধি
- বহুকেইটা PSUত হ'ব চৰকাৰী বিনিয়োগ
- আত্মনিৰ্ভশীল ভাৰতৰ বাবে 27'01 কোটি টকা ঘোষণা

- 27খনত ৰাজ্যত মেট্ট ৰেলৰ সুবিধা কৰা হ'ব