ETV Bharat / bharat

৫ মে' লৈ প্ৰিপেইড কানেকশ্যনৰ ম্যাদ বৃদ্ধি BSNLৰ

author img

By

Published : Apr 19, 2020, 4:24 PM IST

BSNLৰ গ্ৰাহকলৈ সুখবৰ । লক ডাউনৰ মাজতেই গ্ৰাহকক সকাহ দিবলৈ কোম্পানীটোৰ ডাঙৰ সিদ্ধান্ত । ৫ মে' লৈ বৃদ্ধি কৰিলে প্ৰিপেইড কানেকশ্যনৰ ম্যাদ ।

BSNL extends prepaid connection validity till May 5

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ দেশত চলি থকা লক্ ডাউনৰ মাজতেই BSNLৰ প্ৰিপেইড কানেকশ্যন লোৱা গ্ৰাহকলৈ আহিছে সুখবৰ । লক ডাউনৰ ফলত ৰিচাৰ্জ ইত্য়াদি সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ম'বাইল নেটৱৰ্ক কোম্পানীটোৱে প্ৰিপেইড কানেকশ্যনৰ ম্যাদ ৫ মে' পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শনিবাৰে এই কথা সদৰী কৰিছে কোম্পানীটোৱে ।

নিজৰ গ্ৰাহকৰ প্ৰতি মহানুভৱতা বা দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিয়ে লক ডাউনৰ সময়ত কোনো গ্ৰাহকে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে লোৱা হৈছে এইটো পদক্ষেপ । ফলত জিৰ' বেলেঞ্চতো গ্ৰাহকে লাভ কৰিব ইনকামিং ক'লৰ সুবিধা ।

ইয়াৰ ওপৰি BSNLয়ে ৰিচাৰ্জৰ বাবে এটা টোল ফ্ৰী হেল্প লাইন নম্বৰো মুকলি কৰিছে । বৰ্তমান নৰ্থ আৰু ৱেষ্ট জ'নত কাৰ্যকৰী হৈ আছে এই সেৱা। ২২ এপ্ৰিলৰ পৰা চাউথ আৰু ইষ্ট জ'নটো উপলব্ধ হ'ব এই হেল্প লাইন নম্বৰৰ সেৱা । লগতে এই জটিল সময়ত নিজৰ গ্ৰাহক সকলক "গ' ডিজিটেল" বাণীৰে ৰিচাৰ্জ কৰাৰ আহ্বান কৰিছে কোম্পানীটোৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.