ETV Bharat / bharat

আকৌ আকাশত উইং কামাণ্ডাৰ অভিন্দন

author img

By

Published : Sep 2, 2019, 5:00 PM IST

Updated : Sep 2, 2019, 7:53 PM IST

বায়ুসেনা প্ৰধান চিফ মাৰ্শ্বাল বি এছ ধানোৱাৰ লগত মিগ 21 বিমানৰে আকাশমাৰ্গত উৰিল বায়ুসেনাৰ উইং কামাণ্ডাৰজন৷

আকৌ আকাশত উইঙ কামাণ্ডাৰ অভিন্দন

নেশ্বনেল ডেক্স, 2 চেপ্তেম্বৰ: পুনৰ আকাশমাৰ্গত অভিনন্দন বৰ্থমান ৷ সোমবাৰে পঞ্জাৱৰ পাঠানকোটত থকা বায়ুসেনা আস্থানৰ পৰা বায়ু সেনা প্ৰধানৰ লগত মিগ 21 যুঁজাৰু বিমানত উৰুৱালে অভিনন্দনে ৷ যোৱা ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ মাটিত মিগ বিমানেৰে আক্ৰমণ কৰা বৰ্থমানে প্ৰায় 6 মাহ বিৰতিৰ পাছত পুনৰ আকাশত বিমান উৰুৱালে ৷ যাত্ৰাকালত তেঁও বায়ুসেনা প্ৰধান বি এছ ধনোৱাক সহযোগী পাইলট হিচাপে সহযোগিতা আগবঢ়াই ৷ বায়ুসেনা সুত্ৰই প্ৰকাশ কৰা মতে মিগ বিমানেৰে দুয়ো আধা ঘন্টা সময় আকাশত উৰে ৷

etv bharat assam
অভিনন্দনক স্বাগতম

উল্লেখযোগ্য যে 27 ফেব্ৰুৱাৰীত পাকিস্তানত দুৰ্ঘটনাত পতিত হোৱাৰ পাছত তেঁওক বিমান উৰুৱাৰ পৰা বাৰণ কৰিছিল ভাৰতীয় বায়ু সেনাই ৷ কিন্তু বৰ্তমান পুনৰ শাৰীৰিক ভাৱে সুস্থ হৈ উঠাত তেঁওক বায়ুসেনাই যুঁজাৰু বিমান উৰুৱাৰ অনুমতি প্ৰদান কৰে৷ অভিনন্দনক এই বৰ্ষৰ স্বাধীনতা দিৱসত বীৰ চক্ৰৰে পুৰস্কৃত কৰা হৈছিল৷ ইফালে বায়ু সেনা প্ৰধান বি এছ ধানোৱাও এজন মিগ 21 বৈমানিক আছিল যি 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত বায়ুসেনাৰ 17 নম্বৰ স্কোৱাডক নেতৃত্ব দিছিল ৷

বায়ুসেনা প্ৰধানৰ লগত মিগ 21ত উৰিল অভিনন্দন বৰ্তমান

Intro:Body:

https://twitter.com/ANI/status/1168416723176841216

Conclusion:
Last Updated : Sep 2, 2019, 7:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.