ETV Bharat / bharat

গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

নেৰা-নেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ প্ৰায় সমান্তৰালকৈ বোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, যোৱাকালি বিপদসীমাৰ ৪৯.০৯ মিটাৰ ওপৰেৰে পানী বৈ গৈছে আৰু পানী বিপদসীমা অতিক্ৰম কৰিবলৈ মাত্ৰ ১ মিটাৰ দূৰ আছে ।

author img

By

Published : Jun 25, 2020, 2:20 PM IST

গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী
গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

নিউজ ডেস্ক, ২৫ জুন : নেৰা-নেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ পানী এতিয়া বিপদসীমাৰ প্ৰায় সমান্তৰালকৈ বোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে,যোৱাকালি বিপদসীমাৰ ৪৯.০৯ মিটাৰ ওপৰেৰে পানী বৈ গৈছে ৷ কেন্দ্ৰীয় জল আয়োগৰ কৰ্মকৰ্তা চাজিদুল হকে সদৰী কৰে এই কথা ।

ইফালে ভাৰতীয় ঋতু বিজ্ঞান বিভাগে জনোৱা মতে,উত্তৰ-পূৱ দিশৰ গতিৰ পৰিৱৰ্তন আৰু উত্তৰ-পূৱ তথা বংগোপসাগৰত প্ৰৱল বতাহ বলা পৰিলক্ষিত হৈছে । আনহাতে, ২৫-২৭ জুনলৈ বিহাৰ আৰু উপ-হিমালয় সমীপৰ পশ্চিম বংগ আৰু মেঘালয়ত প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : প্ৰশাসনিক বিষয়া হোৱাৰ মন চতুৰ্থ স্থান প্ৰাপ্ত তাহীৰা জামানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.