ETV Bharat / bharat

চীনা সামগ্ৰী বৰ্জনে চীনৰ অৰ্থনীতিত প্ৰভাৱ নেপেলায় : পি চিদাম্বৰম

''ভাৰতে সম্ভৱ অনুসাৰেহে আত্মনিৰ্ভৰ হোৱা উচিত । কিন্তু ই বিশ্বৰ অন্যান্য অংশৰ সৈতে বিচ্ছিন্ন হ'ব নালাগে । ভাৰতে বৈশ্বিক প্ৰয়োজনীয় বিষয়সমূহত নিজৰ অংশীদাৰিত্ব বজাই ৰখা উচিত আৰু চীনা সামগ্ৰী বৰ্জন কৰিব নালাগে ।" শনিবাৰে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে সদৰী কৰে এই কথা ।

author img

By

Published : Jun 20, 2020, 5:36 PM IST

চীনা সামগ্ৰী বৰ্জনে চীনৰ অৰ্থনীতিত প্ৰভাৱ নেপেলায় : পি চিদাম্বৰম
চীনা সামগ্ৰী বৰ্জনে চীনৰ অৰ্থনীতিত প্ৰভাৱ নেপেলায় : পি চিদাম্বৰম

নেশ্যনেল ডেস্ক, ২০ জুন : "ভাৰতে সম্ভৱ অনুসাৰেহে আত্মনিৰ্ভৰ হোৱা উচিত । কিন্তু ই বিশ্বৰ অন্যান্য অংশৰ সৈতে বিচ্ছিন্ন হ'ব নালাগে ।" শনিবাৰে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে সদৰী কৰে এই কথা । লগতে তেওঁ কয় যে, ভাৰতে বৈদেশিক প্ৰয়োজনীয় বিষয়সমূহত নিজৰ অংশীদাৰিত্ব বজাই ৰখা উচিত আৰু চীনা সামগ্ৰী বৰ্জন কৰিব নালাগে । ভাৰতৰ সৈতে চীনৰ ব্যৱসায়ৰ কোনটো অংশ আছে ? চীনৰ বিশ্বজুৰি ব্যৱসায় আছে ।

তেওঁ কয় যে, ‘সেইবাবে চীনা সামগ্ৰী বৰ্জন কৰিলেই চীনৰ লোকচান নহয় । গতিকে দেশ ৰক্ষাৰ এই সময়ছোৱাত চীনা সামগ্ৰী বৰ্জনৰ নিচিনা বিষয় আলোচনা কৰাতো উচিত নহয় । লাডাখত কোনো বিদেশী লোক ভাৰতীয় সীমাৰ ভিতৰত প্ৰৱেশ কৰা নাছিল । এইটোৱেই সকলোকে চিন্তিত আৰু হতভম্ব কৰি তুলিছে ।''

জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘’এই দাবী সন্দৰ্ভত চৰকাৰৰ উত্তৰ কি? এতিয়া যে সমগ্ৰ গালৱান ভেলীৰ দাবী কৰিছে চৰকাৰে, ভাৰত চৰকাৰে এই দাবীৰ প্ৰত্যাখান কৰিবনে?''

লগতে পঢ়ক : চীনৰ বিৰুদ্ধে বৰপেটাত উত্তাল প্ৰতিবাদ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.