ETV Bharat / bharat

বিনা বিৰোধী দেশ গঠনৰ লক্ষ্য বিজেপিৰঃ সীতাৰাম য়েচুৰী - CPM

ইপিনে কংগ্ৰছ সন্দৰ্ভত য়েচুৰীয়ে কয়, কংগ্ৰেছ বৰ্তমান হৈছে এটা পিতৃহীন ৰাজনৈতিক দল ৷ বিজেপিৰ এই নিকৃষ্ট ৰাজনৈতিক এজেণ্ডাক কংগ্ৰেছে একপ্ৰকাৰৰ সহায়হে কৰিছে বুলি উল্লেখ কৰে ৷

বিনা বিৰোধী দেশ গঠনৰ লক্ষ্য বিজেপিৰঃ চিতাৰাম য়েচূৰি
author img

By

Published : Jul 11, 2019, 11:06 PM IST

নিউজ ডেস্ক, 11 জুলাইঃ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ বিস্ফোৰক মন্তব্য ৷ বিজেপিৰ সপোন হৈছে বিনা বিৰোধী দেশ গঠনৰ ৷ ইয়াৰ জলন্ত উদাহৰণ হৈছে কৰ্ণাটক আৰু গোৱাৰ নিৰ্বাচন ৷ এইয়া সন্দেহ নাই যে কেৰালাতো বিজেপিয়ে এয়া কৰিবলৈ যথোপযুক্ত চেষ্টা কৰিছিল ৷ কিন্তু কেৰালাবাসীয়ে বিজেপিৰ এই নিকৃষ্ট ৰাজনীতিক সাৰ্থক হ’বলৈ নিদিয়ে ৷

বিনা বিৰোধী দেশ গঠনৰ লক্ষ্য বিজেপিৰঃ চিতাৰাম য়েচূৰি

ইপিনে কংগ্ৰছ সন্দৰ্ভত য়েচুৰীয়ে কয়, কংগ্ৰেছ বৰ্তমান হৈছে এটা পিতৃহীন ৰাজনৈতিক দল ৷ বিজেপিৰ এই নিকৃষ্ট ৰাজনৈতিক এজেণ্ডাক কংগ্ৰেছে একপ্ৰকাৰৰ সহায়হে কৰিছে বুলি উল্লেখ কৰে য়েচুৰীয়ে ৷ বিজেপিৰ এই ষড়যন্ত্ৰ বিৰুদ্ধে ইতিমধ্যে পৰিকল্পনা ৰচিছে চিপিএমে ৷

Intro:Body:

BJP's aims to have a nation without opposition; Sitaram yachury

A nation without the obligation of opposition party is what BJP dreams for says CPM general secretary Sitaram Yechury to ETV bharat. the political fractions happening in karnataka and goa is a transparent example for this. this cannot be accepted. they are trying to do the same in Kerala as well. but keralites managed to stop this filthy attempt. Congress is now a party without a god father. They way they points out the matter is helping up BJP for framing theior agenda. CPM is as well planning matters to stop this injustice that BJP is building up, said Sitaram Yechury to ETV Bharat in kannur

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.