ETV Bharat / bharat

মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং - লিলং চিনখাম মাখায়

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে আসন্ন মণিপুৰ বিধানসভাৰ উপ নিৰ্বাচনত 5 খন আসনৰ আটাইকেইখন আসনতেই বিজেপি দলে জয়লাভ কৰিব বুলি মন্তব্য কৰে ৷ লিলং বিধানসভা সমষ্টিৰ এক জনসভাত ভাগ লৈ এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং

author img

By

Published : Oct 20, 2020, 10:13 AM IST

ইম্ফল,20 অক্টোবৰঃ মণিপুৰৰ উপ নিৰ্বাচন সম্পৰ্কত সোমবাৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ আসন্ন মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিয়ে 5 খন আসনৰ আটাইকেইখনতে জয় লাভ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ তেওঁ কয় যে, পাঁচ খন আসনতে বিজেপি দলে বিজয়ী হ'ব আসন্ন উপ নিৰ্বাচনত ৷ ইয়াৰ পূৰ্বে সোমবাৰে তেওঁ লিলং বিধানসভা কেন্দ্ৰৰ অধিনৰ লিলং চিনখাম মাখায়ত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷

টুইটাৰ প্ৰদান কৰা এক বাৰ্তাত এ বীৰেণ সিঙে কয় যে,প্ৰাক্তন বিধায়ক আব্দুল নাছিৰৰ সমৰ্থনত লিলং বিধানসভা সমষ্টিৰ অধিনত লিলং চিনচাম মাখায়ত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰিছিল আৰু অহা নৱেম্বৰ মাহত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিজেপি কৰ্মী সকলৰ লগত বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্পৰ্কতোআলোচনাত মিলিত হয় ৷

লগতে চাওকঃ ভাৰতীয় আৰু শ্ৰীলংকা নৌ-সেনাৰ মাজত আৰম্ভ দ্বিপাক্ষিক অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.