ETV Bharat / bharat

মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং

author img

By

Published : Oct 20, 2020, 10:13 AM IST

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে আসন্ন মণিপুৰ বিধানসভাৰ উপ নিৰ্বাচনত 5 খন আসনৰ আটাইকেইখন আসনতেই বিজেপি দলে জয়লাভ কৰিব বুলি মন্তব্য কৰে ৷ লিলং বিধানসভা সমষ্টিৰ এক জনসভাত ভাগ লৈ এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং
মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং

ইম্ফল,20 অক্টোবৰঃ মণিপুৰৰ উপ নিৰ্বাচন সম্পৰ্কত সোমবাৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ আসন্ন মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিয়ে 5 খন আসনৰ আটাইকেইখনতে জয় লাভ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ তেওঁ কয় যে, পাঁচ খন আসনতে বিজেপি দলে বিজয়ী হ'ব আসন্ন উপ নিৰ্বাচনত ৷ ইয়াৰ পূৰ্বে সোমবাৰে তেওঁ লিলং বিধানসভা কেন্দ্ৰৰ অধিনৰ লিলং চিনখাম মাখায়ত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷

টুইটাৰ প্ৰদান কৰা এক বাৰ্তাত এ বীৰেণ সিঙে কয় যে,প্ৰাক্তন বিধায়ক আব্দুল নাছিৰৰ সমৰ্থনত লিলং বিধানসভা সমষ্টিৰ অধিনত লিলং চিনচাম মাখায়ত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰিছিল আৰু অহা নৱেম্বৰ মাহত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিজেপি কৰ্মী সকলৰ লগত বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্পৰ্কতোআলোচনাত মিলিত হয় ৷

লগতে চাওকঃ ভাৰতীয় আৰু শ্ৰীলংকা নৌ-সেনাৰ মাজত আৰম্ভ দ্বিপাক্ষিক অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.