ETV Bharat / bharat

বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)

বড়ো বিচ্ছিন্নতাবাদী গোট এনডিএফবি(প্ৰগতিশীল)ৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ এনডিএফবি(প্ৰ)ৰ সমৰ্থনৰ বাবেই ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত অসমত 5 খনকৈ আসন লাভ কৰিছিল ৷

BJP got 5 seats with our support: Claims Bodo rebel group
বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)
author img

By

Published : Dec 9, 2019, 11:35 PM IST

নতুন দিল্লী,9 ডিচেম্বৰঃ সমগ্ৰ অসম নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ উত্তপ্ত হৈ থকাৰ সময়তে সোমবাৰে নতুন দিল্লীত পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে সমবেত হয় এনডিএফবি(প্ৰ) আৰু এবছুৰ প্ৰতিনিধি ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বড়ো বিচ্ছিন্নতাবাদী গোট এনডিএফবি(প্ৰগতিশীল)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ অস্ত্ৰসম্বৰণকাৰী প্ৰাক্তন এনডিএফবি(প্ৰ)ৰ নেতাগৰাকীয়ে কয় যে, "2014 ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতৃবৰ্গই আমাক প্ৰতিশ্ৰুতি দিছিল যে, কেন্দ্ৰত তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব ৷ সেইবাবে আমি বিজেপিক প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনালো ৷

এনডিএফবি(প্ৰ)এ বিগত 14 বছৰ ধৰি চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিছে ৷

বসুমতাৰীৰ এই মন্তব্যৰ পাছত বিগত সাধাৰণ নিৰ্বাচনত মণিপুৰৰ কুকি নেছনেল আৰ্মিয়ে ভোটাৰক বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱাৰ বিষয়টো পুনৰ আলোচিত হৈছে ৷

উল্লেখ্য যে 2014 নিৰ্বাচনত বিজেপিয়ে অসমত 7 খন আসনত জয়ী হৈছিল ৷ লগতে এই নিৰ্বাচনৰ যোগেদি দলটোৱে উত্তৰ-পূবত ভুমুকি মাৰিবলৈ সক্ষম হৈছিল ৷

বসুমতাৰীয়ে কয়, "বিগত 14 বছৰ ধৰি আমি অস্ত্ৰবিৰতিত আছো ৷ বড়ো সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰৰ সৈতে 29 বাৰকৈ আলোচনা সম্পন্ন হৈছে ৷" তেওঁ আৰু কয়,"কেৱল এখন পৃথক বড়োলেণ্ড ৰাজ্যই বড়ো সমস্যাটোক সমাধান কৰিব পাৰে ৷ এই বড়োলেণ্ড ৰাজ্যৰ ভিতৰত সকলো বড়ো অধ্যুষিত অঞ্চল চামিল কৰা হওঁক ৷"

বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)

উল্লেখযোগ্য যে, এক বৃহৎ সংখ্যক অবড়ো জনসংখ্যাই পৃথক বড়োলেণ্ড ৰাজ্য গঠন দাবী বিৰোধিতা কৰি আহিছে ৷ বৰঞ্চ অবড়োসকলে কাৰ্যকৰী হৈ থকা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰো বিৰোধিতা কৰি আহিছে ৷

2003 চনত পূৰ্বৰ বড়ো উগ্ৰপন্থী সংগঠন বড়ো লিবাৰেচন টাইগাৰ্ছ, চমুকৈ বিএলটিৰ সৈতে স্বাক্ষৰিত হোৱা অসম চৰকাৰৰ চুক্তি মৰ্মে সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত হৈছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৷ এই স্বায়ত্ব শাসিত পৰিষদ গঠনৰ মূল লক্ষ্য আছিল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ সামগ্ৰিক উন্নয়ন ৷

প্ৰণিধানযোগ্য যে, বিটিচি এলেকাত 60 শতাংশ অবড়ো লোকে বসবাস কৰি আহিছে ৷

আৰু পঢ়ক তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

Intro:New Delhi: A Bodo rebel group, National Democratic Front of Bodoland (NDFB-Progressive), on Monday claimed that Bharatiya Janata Party has bagged five seats from Assam in 2014 Lok Sabha election with its support.

Body:"During the 2014 general election, some top central BJP leaders have assured us that once the party form the government at the Centre, they will form separate Bodoland state.So we appeal them to keep their promise...in the last few months the party once again assured us of looking into our concern," said NDFB-P president Gobinda Basumatary while talking to ETV Bharat.

The NDFB-P is in talks with the government for the last 14 years.

The statement given by Basumatary assumes significance as in the last general election Kuki National Army (KNA), a Kuki rebel group based in Manipur reportedly asked the votLLers to vote for BJP candidate.

However, in the 2014 general election BJP has bagged 7 seats in Assam, a time which shows emergence of BJP in Northeast.

"...It's almost 14 years we are in ceasefire. More than 29 round of talks already took place with Government of India to get an amicable solution of decades old Bodo issue," said Basumatary adding "only a separate state of Bodoland can reslove Bodo issues. And under the Bodoland state all Bodo contiguous area should come together."

Conclusion:Interestingly, a large section of non-Bodos in Assam have been opposing the creation of a separate Bodoland state. The non-Bodos have even been opposing the existing Bodoland Territorial Council (BTC).

It was in 2003, the then government at the centre and state have signed BTC accord with the erstwhile Bodo Liberation Tigers (BLT) to bring an end to the Bodo insurgency. The territorial council was formed for an overall development of the Bodos living in Assam under the Sixth Schedule of the Constitution.

"We strongly oppose the creation a separate Bodoland state. We also oppose the existing BTC as the council is working only for Bodos by neglecting the non-Bodos living in BTC area," said independent MP representing Kokrajhar in Assam, Hira Sarania.

Interestingly, the non Bodos consists of 60 percent population in the BTC area. Sarania, who has been chosen for the second consecutive terms in the Lok Sabha has also formed a new non-Bodo political party in BTC called Gana Suraksha Party.

end.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.