নিউজ ডেস্ক, 18 অক্টোবৰঃ অহা 21 অক্টোবৰৰ পৰা আৰম্ভ হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে,এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে 75 তকৈ অধিক আসন লাভ কৰিব ৷ বিৰোধীৰ কাম ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা,কিন্তু আমাৰ চৰকাৰে ৰাইজক বিগত নিৰ্বাচনত দিয়া আটাইবোৰ প্ৰতিশ্ৰুতি পালন কৰিছে ৷ অনুচ্ছেদ 370 সন্দৰ্ভত তেখেতে কয় যে, পূৰ্বৰে পৰা আমি অনুচ্ছেদ 370ৰ বিৰোধিতা কৰি আহিছো ৷ এইয়া 70 বছৰ পূৰ্বে কংগ্ৰেছে কৰা এক ভুলৰ শুধৰণি ৷
হাৰিয়ানা বিধানসভা নিৰ্বাচনঃ কি কয় মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ! - বিৰোধীৰ কাম ৰাইজৰ মাজত অপ্ৰচাৰ চলোৱা
অহা 21 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচন ৷ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ই টি ভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে......

নিউজ ডেস্ক, 18 অক্টোবৰঃ অহা 21 অক্টোবৰৰ পৰা আৰম্ভ হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে,এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে 75 তকৈ অধিক আসন লাভ কৰিব ৷ বিৰোধীৰ কাম ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা,কিন্তু আমাৰ চৰকাৰে ৰাইজক বিগত নিৰ্বাচনত দিয়া আটাইবোৰ প্ৰতিশ্ৰুতি পালন কৰিছে ৷ অনুচ্ছেদ 370 সন্দৰ্ভত তেখেতে কয় যে, পূৰ্বৰে পৰা আমি অনুচ্ছেদ 370ৰ বিৰোধিতা কৰি আহিছো ৷ এইয়া 70 বছৰ পূৰ্বে কংগ্ৰেছে কৰা এক ভুলৰ শুধৰণি ৷
Khattar
Conclusion: