ETV Bharat / bharat

একেলগ হ'ব দমন-দিউ আৰু দাদৰা নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চল - মন্ত্ৰী জি কিশান ৰেড্ডী

মঙলবাৰে লোকসভাত উত্থাপন হয় এখন সংযোজক বিধেয়ক ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে উত্থাপন কৰে এই বিধেয়কখন ৷

Daman-Diu and Dadra-Nagar Haveli, Bill to merge Daman-Diu and Dadra-Nagar Haveli, Dadra-Nagar Haveli and Daman-Diu (Merger of UT) Bill 2019, Bill to merge UT introduced in LS, দমন-দিউ আৰু দাদৰা নগৰ হাভেলী, লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চল বিধেয়ক, দাদৰা নগৰ হাভেলী আৰু দমন দিউ (কেন্দ্ৰীয়শাসিত অঞ্চল একত্ৰীকৰণ) বিধেয়ক 2019, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডী
দাদৰা নগৰ হাভেলী আৰু দমন দিউ (কেন্দ্ৰীয়শাসিত অঞ্চল একত্ৰীকৰণ) বিধেয়ক, 2019
author img

By

Published : Nov 26, 2019, 11:50 PM IST

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা উঠাই লোৱাৰ পিচতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ জম্মু-কাশ্মীৰ পুনৰ গঠন আইনৰ দ্বাৰা জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা উঠাই লোৱাৰ লগতে অক্টোবৰ মাহৰ 31 তাৰিখৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যদা প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃ ৰাজ্যসভাত গৃহীত সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক

জম্মু-কাশ্মীৰৰ দৰেই কেন্দ্ৰীয় চৰকাৰে পুনৰ আন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক একেলগ কৰিবলৈ ওলাইছে ৷ ভাৰতৰ এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে,দমন-দিউ আৰু দাদৰা নগৰ হাভেলী ৷

লগতে পঢ়কঃ অমিত শ্বাহ, জেপি নড্ডাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ জৰুৰী বৈঠক

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে মঙলবাৰে লোকসভাত উত্থাপন কৰে এখন বিধেয়ক ৷ দাদৰা নগৰ হাভেলী আৰু দমন দিউ (কেন্দ্ৰীয়শাসিত অঞ্চল একত্ৰীকৰণ) বিধেয়ক, 2019ৰ দ্বাৰা দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলক এখন হিচাপে গঠন কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷

Intro:Body:

একেলগ হ'ব দমন-দিউ আৰু দাদৰা নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চল 

মঙলবাৰে লোকসভাত উত্থাপন হয় এখন সংযোজক বিধেয়ক ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে উত্থাপন কৰে এই বিধেয়কখন ৷ 

নেশ্বনেল ডেস্ক, 26 নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ জম্মু-কাশ্মীৰ পুনৰগঠন আইনৰ দ্বাৰা জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ লগতে অক্টোবৰ মাহৰ 31 তাৰিখৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা প্ৰদান কৰা হয় ৷ 

জম্মু-কাশ্মীৰৰ দৰেই কেন্দ্ৰীয় চৰকাৰে পুনৰ আন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক একেলগ কৰিবলৈ ওলাইছে ৷ ভাৰতৰ এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে, দমন-দিউ আৰু দাদৰা নগৰ হাভেলী ৷ 

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে মঙলবাৰে লোকসভাত উত্থাপন কৰে এখন বিধেয়ক ৷ দাদৰা নগৰ হাভেলী আৰু দমন দিউ (কেন্দ্ৰীয়শাসিত অঞ্চল একত্ৰীকৰণ) বিধেয়ক, 2019ৰ দ্বাৰা দুয়োখন কেন্দ্ৰীয়শাসিত অঞ্চলক এখন হিচাপে গঠন কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.