ETV Bharat / bharat

ভাইৰাছৰে মোকাবিলাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিডেন

বিডেনে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত লোৱা পদক্ষেপে আৰু দেশজুৰি চৌদিশে হোৱা ঘটনাবোৰে এক নতুন জৰুৰী অৱস্থাৰ অৱতাৰণা কৰিছে ৷ শেষৰ দুসপ্তাহত প্ৰতিদিনে মৃত্য়ুৰ হাৰ 10 শতাংশ বৃদ্ধি পাইছে ৷ দেওবাৰে 721ৰ পৰা 794 লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ অৱশ্যে, হোৱাইট হাউচত উপ ৰাষ্ট্ৰপতি মাইক পেঞ্চীৰ কৰ্মকতাসকলৰ মাজত ভাইৰাছৰ প্ৰদুৰ্ভাৱ ঘটনাত চৰকাৰ চিন্তন্বিত হৈ পৰিছে ৷ বিডেনৰ প্ৰশাসনে প্ৰথম দিন কেইটা মহামাৰীৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব ৷

জ’ বিডেন
জ’ বিডেন
author img

By

Published : Oct 28, 2020, 5:53 PM IST

ইন্টাৰ নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : অহা সপ্তাহত হ’বলগীয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত যদি জ’ বিডেন যদি জয়ী হয়, তেন্তে তেওঁ তাৎক্ষণিকভাৱে দেশখৰ ভিতৰতে শীৰ্ষ স্থানত থকা সোঁচৰা ৰোগৰ বিশেষজ্ঞ ড৹ এন্টনী ফাউচিক মাতি আনিব ৷ তেওঁ গৱৰ্ণৰ আৰু স্থানীয় কাৰ্যকৰ্তাসকলৰ সৈতে লগ হৈ এটা দেশ ব্যাপী মাস্ক পৰিধান অত্যাৱশকীয়ভাৱে প্ৰতিষ্ঠা কৰিব ৷ ইয়াৰ লগতে কংগ্ৰেছক জানুৱাৰী মাহৰ শেহভাগত কৰ’ণা ভাইৰাছৰ ভয়াৱহতা সমাধানৰ বাবে এখন বাজেট প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে ৷

এই কাৰ্যই ড’নাল্ড ট্ৰাম্পৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে ৷ যি বিজ্ঞানীসকলৰ বিৰোধ কৰাৰ লগতে নতুন এক উদ্ভাৱনী চুক্তিৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ সৈতেও বিবাদত লিপ্ত হৈছিল ৷ কিন্তু বিডেনে বৰ্তমানেও বিভিন্ন ৰাজনৈতিক প্ৰত্যাহ্বান লাভ কৰি আছে, বিশেষকৈ দেশৰ অৱস্থাহীন চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত ৷ মাস্কৰ অত্যাৱশ্যকীয় ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ ফেডাৰেল শক্তিৰ মুখামুখি হ’ব লাগিব আৰু ৰিপাব্লিকান, যি অধিক ব্যয় কম কৰিব পাৰে, তাৰ মুখামুখি হোৱাতোও নিশ্চিত ৷

বিডেনে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত লোৱা পদক্ষেপে আৰু দেশজুৰি চৌদিশে হোৱা ঘটনাবোৰে এক নতুন জৰুৰী অৱস্থাৰ অৱতাৰণা কৰিছে ৷ শেষৰ দুসপ্তাহত প্ৰতিদিনে মৃত্য়ুৰ হাৰ 10 শতাংশ বৃদ্ধি পাইছে ৷ দেওবাৰে 721ৰ পৰা 794 লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ অৱশ্যে, হোৱাইট হাউচত উপ ৰাষ্ট্ৰপতি মাইক পেঞ্চীৰ কৰ্মকতাসকলৰ মাজত ভাইৰাছৰ প্ৰদুৰ্ভাৱ ঘটনাত চৰকাৰ চিন্তন্বিত হৈ পৰিছে ৷ বিডেনৰ প্ৰশাসনে প্ৰথম দিন কেইটা মহামাৰীৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব ৷

বিডেনে কয় যে, বিদ্য়ালয় সমূহ পুনৰ খোলাৰ বাবে কংগ্ৰেছে 30 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব ৷ তাৰোপৰি 700 বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰস্তাৱ লোৱা হৈছে ৷ কিন্তু এই পৰিকল্পনাই কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি লোৱা নাই ৷ ইয়াত উদ্যোগৰ পুনৰুত্থান, বিনিয়োগ সৃষ্টি আদি সকলো অন্তৰ্ভু্ক্ত হৈ আছে এই পৰিকল্পনাত ৷

বিডেনে বিদ্যালয় সমূহ পুনঃ খোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু ফেডাৰেল ইমাৰ্জিয়েঞ্চী মেনেজমেন্ট এজেঞ্চী ডিজাষ্টাৰ ৰেচপনচ এইডত অধিক বিনিয়োগৰ বাবে পোষকতা কৰিছে ৷ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত সকলৰ বাবে তেওঁ ট্ৰেচিঙৰ এটা পথ বিচাৰিছিল ৷

লগতে পঢ়ক : মাংগালুৰু বিমান বন্দৰত ৩২.৯৩ লাখ টকা মূল্য সোণ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.