ETV Bharat / bharat

ভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

author img

By

Published : Jan 8, 2020, 4:40 PM IST

ট্ৰেড ইউনিয়ন INTUC,AITUC,HMS,CITU,AIUTUC,TUCC,SEWA,AICCTU,LPF,UTUCৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেশ্যন আৰু এচ'ছিয়েছনে 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ৷

ট্ৰেড ইউনিয়নৰ ভাৰত বন্ধ
প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : RSS অনুমোদিত ভাৰতীয় মজদুৰ সংঘৰ বাহিৰে সকলোবোৰ ট্ৰেড ইউনিয়ন আৰু বাওঁপন্থী সংগঠনে বুধবাৰে ৰাষ্ট্ৰজোৰা প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ 'জনতা বিৰোধী' নীতিৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে ৷ট্ৰেড ইউনিয়ন INTUC,AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUCৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেশ্যন আৰু এচ'ছিয়েছনে 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ৷ বৰষুণৰ পৰিপেক্ষিততো দেশৰ ৰাজধানী দিল্লীত ট্ৰেড ইউনিয়নৰ সৈতে মিলিত হৈ বহুকেইটা ছাত্ৰ সংগঠনেও প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ দেশৰ অৰ্থনীতি,নিবনুৱা সমস্যা,কৃষকৰ ঋণ সমস্যা আৰু শেহতীয়া প্ৰতিবাদ সমাধান কৰিবলৈ প্ৰতিবাদকাৰী সকলে চৰকাৰক দাবী জনায় ৷ এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হ'লে এই প্ৰতিবাদ ৰাষ্ট্ৰজোৰা বিদ্ৰোহত পৰিণত হ'ব বুলি মোডী চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হ'লেও পশ্চিমবংগত ই ভয়ানক ৰূপ লোৱা দেখা গ'ল ৷ পশ্চিমবংগত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলোৱাৰ লগতে পৰিবহণ ব্যৱস্থাতো ইয়াৰ প্ৰভাৱ পৰা দেখা গ'ল ৷

প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

আৰু পঢ়ক : 8 তাৰিখৰ ভাৰত বন্ধত স্তব্ধ হ'ব বেংকিং সেৱা

Intro:सभी वामदलों के द्वारा बुलाए गए देशव्यापी भारत बंद में आज जगह-जगह प्रदर्शन देखने को मिल रहे हैं। देश की राजधानी दिल्ली में भी आईटीओ पर लेफ्ट पार्टी ट्रेड यूनियन और उनसे जुड़े छात्र यूनियन के कार्यकर्ता इकट्ठा हुए और विरोध प्रदर्शन कर रहे हैं। हालांकि इस वक्त दिल्ली में बारिश हो रही है लेकिन बारिश के बीच भी यह विरोध प्रदर्शन जारी है। यहां जुटे वाम दल के प्रदर्शनकारियों का कहना है कि यह इस देशव्यापी भारत बंद के माध्यम से वह मोदी सरकार को चेतावनी देना चाहते हैं कि वह जल्द से जल्द देश की अर्थव्यवस्था बेरोजगारी संप्रदायिकता किसान मजदूर और छात्रों के मुद्दे पर अपनी नीतियों में सुधार करें नहीं तो आगे चलकर यह सांकेतिक विरोध प्रदर्शन बड़े आंदोलन का रूप भी ले सकते हैं।

Body:बरहाल देश के सभी राज्यों से छुटपुट विरोध प्रदर्शन की खबरें आ रही है। और सबसे ज्यादा बंगाल से उग्र प्रदर्शनों की खबरें आ रही है जहां पर ट्रेन और बस भी रोके जा रहे हैं। और चक्का जाम जैसी स्थिति बनाई जा रही है हालांकि दिल्ली में यह प्रदर्शन शांतिपूर्ण तरीके से चल रहा है और कहीं से भी उग्र प्रदर्शन या सड़क जाम किए जाने की सूचना नहीं आ रही है।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.