ETV Bharat / bharat

ভাল ফলাফল দেখুওৱা চৰকাৰী কৰ্মচাৰীক পুৰস্কৃত কৰিব বিধায়কে - পুৰস্কৃত কৰিব

চৰকাৰী ভাৱে ভাল ফলাফল দেখুওৱা চৰকাৰী কৰমচাৰীক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে বাদছাহপুৰৰ বিধায়কে। কৰ্মচাৰীক সৎ পথৰে কাম কৰিবলৈ আহ্বান।

badshahpur-mla-to-reward-best-performing-govt-official

author img

By

Published : Jun 3, 2020, 6:56 PM IST

নিউজ ডেস্ক, ৩ জুন : দেশত ব্যাপক হাৰত বৃদ্ধি হৈছে দুৰ্নীতি। সাধাৰণ কৰ্মচাৰীৰ পৰা মন্ত্ৰী-আমোলা লৈ শিপাইছে অবাধ দুৰ্নীতি। দেশৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে হাৰিয়ানাৰ বিধায়কৰ বিশেষ পদক্ষেপ। ৰাজ্যখনৰ গুৰুগ্ৰামৰ বিধায়ক গৰাকীয়ে জিলাখনৰ সৎ পথত থাকি কাম কৰা চৰকাৰী কৰ্মচাৰীক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে। ২৫ লাখ টকাৰ নগদ ধনৰে পুৰস্কৃত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিধায়ক ৰাকেশ দৌলতাবাদে। বিধায়ক গৰাকীয়ে সম্পূৰ্ণ ব্যক্তিগতভাৱে সেই ধন প্ৰদান কৰিব বুলি উল্লেখ কৰিছে।

badshahpur-mla-to-reward-best-performing-govt-official
ভাল ফলাফল দেখুওৱা চৰকাৰী কৰ্মচাৰীক পুৰস্কৃত কৰিব বিধায়কে

তেখেতে আকৌ জনাই যে,প্ৰতিবছৰে এই ধন প্ৰদান কৰা হ'ব। কৰ্মচাৰীসকলে যাতে জনসাধাৰণক উপযুক্ত সেৱা আগবঢ়াব পাৰে তাৰ বাবে বিধায়ক গৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে। জনসাধাৰণৰ মতামতৰ ফালৰ পৰা যোগ্য প্ৰাৰ্থী গৰাকীক নিৰ্বাচন কৰা হ'ব। বিধায়ক গৰাকীৰ এই কৰ্মত আশাবাদী গুৰুগ্ৰামবাসী।

লগতে পঢ়ক : পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰিছে ৰাছিয়াই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.