ETV Bharat / bharat

আয়ুস্মান ভাৰতক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

ব্যক্তিগত কোম্পানীয়ে দুৰ্নীতি কৰিবলৈহে সুবিধা কৰি দিয়া বুলি মন্তব্য নেতাগৰাকীৰ ।

etv bharat
author img

By

Published : Mar 16, 2019, 10:46 PM IST

নতুন দিল্লী, ১৬ মাৰ্চ: প্ৰধানমন্ত্ৰীৰ আয়ুস্মানভাৰতক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ । ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক লাভালাভ কৰাৰ বাবেহে এই আয়ুস্মান ভাৰত আঁচনি বুলি মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । চৰকাৰৰ ধ্বজাবাহক স্বাস্থ্য বীমা আঁচনি 'আয়ুস্মান ভাৰতে' ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক দুৰ্নীতি কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ দৰেহে হৈছে বুলি শনিবাৰে মন্তব্য কৰে জয়ৰাম ৰমেশে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা নিৰ্মিত আঁচনি বুলি কোৱা এই আঁচনিখন এখন সম্পূণ্য উকা আঁচনি । যি কেৱল ব্যক্তিগত কোম্পানী, হস্পাতাল তথা ব্যক্তিগত বীমা কোম্মানীসমূহকহে সুৱৰ্ণ সুযোগ দিছে ।

২০১৮ বৰ্ষত মুকলি হোৱা এই আঁচনিখনে গ্ৰাম্য তথা চহৰ অঞ্চলৰ প্ৰায় ১০ কোটি দুখীয়া লোকসকলৰ স্বাস্থ্যজনিত সুবিধাসমূহ প্ৰদান কৰে । কিন্তু জয়ৰাম ৰমেশে কয় যে, আমি সকলোৱে জানো হস্পিতালত ভৰ্তি হোৱা ৰোগীতকৈ চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱা ৰোগীৰ ঔষধ পাতি, পুনৰ পৰীক্ষণ তথা অন্যান্য খৰছেই অধিক । প্ৰায় ৮৫ শতাংশ খৰছেই চিকিৎসালয়ৰ বাহিৰত হয় বুলি মন্তব্য কংগ্ৰেছী নেতাগৰাকীৰ ।

ayushman bharat 'an invitation of fraud'for private companies: former union minister jairam

আয়ুস্মান ভাৰতক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

ব্যক্তিগত কোম্পানীয়ে দুৰ্নীতি কৰিবলৈহে সুবিধা কৰি দিয়া বুলি মন্তব্য নেতাগৰাকীৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.