নতুন দিল্লী, 9 নৱেম্বৰ :
- বিবাদমান অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
- অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ
- মুছলমানসকলে মচজিদৰ বাবে 5 একৰ বিকল্প মাটি
- মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5 জনীয়া বিচাৰপীঠে দিলে এই ৰায়দান
- তিনি মাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস প্ৰস্তুত কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
- আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তিত ৰায়দান কৰা নহয়: উচ্চতম ন্যায়ালয়