ETV Bharat / bharat

প্ৰসংগ "CAA " : জীৱন্তে জ্বলোৱাৰ চেষ্টা 30-35 জনীয়া আৰক্ষীৰ দলক - জীৱন্তে জ্বলোৱাৰ চেষ্টা 30-35 জনীয়া আৰক্ষীৰ দলক

উত্তৰ প্ৰদেশৰ মিৰাটত CAA প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলোৱাৰ চেষ্টা কৰে 30 ৰ পৰা 35 জনীয়া এটা আৰক্ষীৰ দলক..

আৰক্ষীৰ দলক  জীৱন্তে জ্বলোৱাৰ চেষ্টা
আৰক্ষীৰ দলক জীৱন্তে জ্বলোৱাৰ চেষ্টা
author img

By

Published : Jan 2, 2020, 11:31 PM IST

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ক্ৰমাৎ ভয়াৱহ হৈছে দেশৰ পৰিস্থিতি ৷ বিগত বৰ্ষৰ 20 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ মিৰাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে সমগ্ৰ মিৰাট চহৰ ৷

উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযোগ অনুসৰি উক্ত দিনটোত পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰে যে প্ৰতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ অহা আৰক্ষীৰ এটা 30 ৰ পৰা 35 জনীয়া দলক জীৱন্তে অগ্নিদগ্ধ কৰিবলৈ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত অধিক সংখ্যক আৰক্ষী মোটায়েন কৰি ঘটনাস্থলীৰ পৰা 30 ৰ পৰা 35 জনীয়া আৰক্ষীৰ দলটোক উদ্ধাৰ কৰে ৷ আৰক্ষী অধীক্ষকৰ ভাষ্য অনুসৰি, উচিত সময়ত আৰক্ষী দল মোটায়েন কৰা বাবেহে প্ৰতিবাদকাৰীৰ হাতৰ পৰা প্ৰাণ ৰক্ষা পৰে আৰক্ষী দলটোৰ ৷

লগতে পঢ়ক: মহানগৰীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰঞ্জিত দাসৰ সংবাদমেল

Intro:मेरठ: उपद्रवियों ने 35 पुलिसकर्मियों को जिंदा जलाने का किया था प्रयास
मेरठ। नागरिकता संसोधन कानून को लेकर बीती 20 दिसंबर को हुए हिंसक प्रदर्शन के दौरान का एक वीडियो सामने आया है। इस वीडियो में उपद्रवी एक मकान में अपने बचाव के लिए घुसे पुलिस कर्मियों को जिंदा जलाने का प्रयास किये जाने की बात कही गई है। मेरठ पुलिस की ओर से इस तरह के दो वीडियो जारी किये गए हैं। एक वीडियो में सार्वजनिक संपत्ति के नुकसान को दिखाया गया है।
Body:एसएसपी मेरठ द्वारा मीडिया को ये दो वीडियो जारी किये गए हैं। इनमें एक वीडियो में जहां सार्वजनिक संपत्ति के नुकसान को दिखाया गया है वहीं दूसरे वीडियो में एक मकान के अंदर घुसे पुलिस कर्मियों को दिखाया गया है। मकान के बाहर दरवाजे पर आग लगती दिखायी दे रही है। जबकि अंदर से बड़ी संख्या में पुलिस कर्मी अपनी जान बचाकर बाहर आते दिखायी दे रहे हैं। पुलिस अधिकारियों का कहना है कि जब अतिरिक्त पुलिस फोर्स मौके पर पहुंचा तब मकान के अंदर फंसे पुलिस कर्मियों को बाहर निकाला गया।
Conclusion:एसपी सिटी अखिलेश नारायण सिंह का कहना है कि मकान में करीब 30—35 पुलिस कर्मी थे जिन्हें जिंदा जलाने का प्रयास किया गया। मेरठ पुलिस का दावा है कि उपद्रवियों ने साजिश के तहत पुलिस कर्मियों को जिंदा जलाने का प्रयास किया। ये दोनों वीडियो थाना लिसाड़ीगेट क्षेत्र के बताए गए हैं।
एसपी सिटी अखिलेश नारायण सिंह का कहना है कि इन वीडियो के सामने आने के बाद इन्हें भी विवेचना में शामिल किया गया है। जांच के बाद जो आरोपी होगा उसकी गिरफ्तारी की जाएगी।

बाइट— अखिलेश नारायण सिंह, एसपी सिटी

अजय चौहान
9897799794
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.