নিউজ ডেস্ক, 18 জুলাই: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ চৰকাৰখন বৃহস্পতিবাৰে সন্মুখীন হৈছে আস্থাভোটৰ ৷ কংগ্ৰেছ আৰু জে ডি(এচ)ৰ মিত্ৰজোঁটৰ চৰকাৰখনে বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব ৷ 7 জুলাইৰ পৰা বিসম্বাদ চলি থকা চৰকাৰখনৰ বৃহস্পতিবাৰে হ’ব ভাগ্য পৰীক্ষা ৷ উল্লেখ্য যে বিসম্বাদী বিধায়কক কুমাৰাস্বামীয়ে আস্থাভোটত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল ৷ যাৰ পৰিবৰ্তে বিসম্বাদী বিধায়কসকলে উচ্চতম ন্যায়ায়লয়ত আৱেদন জনাইছিল ৷ উচ্চতম ন্যায়ালয়ে ৰায়ত কয় যে আস্থাভোটত উপস্থিত থকা নথকাটো বিধায়ক সকলৰ ব্যক্তিগত কথা আৰু তেওঁলোকক কোনেও তাৰ বাবে হেঁচা দিব নোৱাৰে ৷
আজি নিৰ্ধাৰিত হ’ব কুমাৰাস্বামী চৰকাৰৰ ভবিষ্যত - কংগ্ৰেছ'
বিসম্বাদী বিধায়কক কুমাৰাস্বামীয়ে আস্থাভোটত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল ৷ যাৰ পৰিবৰ্তে বিসম্বাদী বিধায়কসকলে উচ্চতম ন্যায়ায়লয়ত আৱেদন জনাইছিল ৷ উচ্চতম ন্যায়ালয়ে ৰায়ত কয় যে আস্থাভোটত উপস্থিত থকা নথকাটো বিধায়ক সকলৰ ব্যক্তিগত কথা আৰু তেওঁলোকক কোনেও তাৰ বাবে হেঁচা দিব নোৱাৰে ৷
নিউজ ডেস্ক, 18 জুলাই: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ চৰকাৰখন বৃহস্পতিবাৰে সন্মুখীন হৈছে আস্থাভোটৰ ৷ কংগ্ৰেছ আৰু জে ডি(এচ)ৰ মিত্ৰজোঁটৰ চৰকাৰখনে বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব ৷ 7 জুলাইৰ পৰা বিসম্বাদ চলি থকা চৰকাৰখনৰ বৃহস্পতিবাৰে হ’ব ভাগ্য পৰীক্ষা ৷ উল্লেখ্য যে বিসম্বাদী বিধায়কক কুমাৰাস্বামীয়ে আস্থাভোটত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল ৷ যাৰ পৰিবৰ্তে বিসম্বাদী বিধায়কসকলে উচ্চতম ন্যায়ায়লয়ত আৱেদন জনাইছিল ৷ উচ্চতম ন্যায়ালয়ে ৰায়ত কয় যে আস্থাভোটত উপস্থিত থকা নথকাটো বিধায়ক সকলৰ ব্যক্তিগত কথা আৰু তেওঁলোকক কোনেও তাৰ বাবে হেঁচা দিব নোৱাৰে ৷
নিউজ ডেস্ক, 18 জুলাই: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ চৰকাৰখন বৃহস্পতিবাৰে সন্মুখীন হৈছে আস্থাভোটৰ ৷ কংগ্ৰেছ আৰু জে ডি(এচ)ৰ মিত্ৰযুটঁৰ চৰকাৰখনে বিধানসভাত নিজৰ সংখ্যাগৰিস্থতা প্ৰতিপন্ন কৰিব লাগিব ৷ 7 জুলাইৰ পৰা বিসম্বাদ চলি থকা চৰকাৰখনৰ বৃহস্পতিবাৰে হ’ব ভাগ্য পৰিক্ষা ৷ উল্লেখ্য যে বিসম্বাদী বিধায়কক কুমাৰাস্বামীয়ে আস্থাভোটত উপস্থিত থাকিবলৈ আহ্বান জনাইছিলে যাৰ পৰিবৰ্তে বিসম্বাদী বিধায়কসকলে উচ্চতম ন্যায়ায়লয়ত আৱেদন জনাইছিলে ৷ উচ্চতম ন্যায়ালয়ে ৰায়ত কয় যে আস্থাভোটত উপস্থিত থকা নথকাটো বিধায়ক সকলৰ ব্যক্তিগত কথা আৰু তেওঁলোকক কোনেও তাৰ বাবে হেচা দিব নোৱাৰে ৷