ETV Bharat / bharat

চন্দ্ৰযান 2 অভিযান আৰু অফুৰন্ত সম্ভাৱনা - বিক্ৰম

চন্দ্ৰক অধিক সূক্ষ্ম ভাবে জানিবলৈ ভাৰতে উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ এই অভিযানত লাভ কৰা তথ্যসমূহে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে উপকৃত কৰিব ৷

কিহক বিষয়বস্তু হিচাপে লৈ উৎক্ষেপন কৰা হব চন্দ্ৰয়ান 2
author img

By

Published : Jul 14, 2019, 6:43 PM IST

নিউজ ডেস্ক, 14 জুলাই: সোমবাৰে পুৱতি নিশা ইছৰোৰ শ্ৰীহৰিকোতাস্থিত স্পেচ পৰ্টৰপৰা উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান 2 ৷ 44 মিটাৰ ওখ 640 টন ৰকেট GSLV MK-III(বাহুবলী)য়ে 3.8 টন ওজনৰ চন্দ্ৰয়ান 2 ক কঢ়িয়াই নিব ৷ 603 কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰা ৰকেটটোৱে চন্দ্ৰযান 2 ক পৃথিৱীৰ কক্ষপথত নিক্ষেপ কৰিব ৷ তাৰ পৰা চন্দ্ৰযান 2 য়ে লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞানক 3.844 লাখ কি:মি: যাত্ৰা কৰি চন্দ্ৰলৈ লৈ যাব ৷

চন্দ্ৰক অধিক সূক্ষ্ম ভাবে জানিবলৈ ভাৰতে উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ এই অভিযানত লাভ কৰা তথ্যসমূহে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে উপকৃত কৰিব ৷ চন্দ্ৰযান 2 য়ে চন্দ্ৰ গ্ৰহত:

  • 🇮🇳#ISROMissions🇮🇳
    The launch countdown of #GSLVMkIII-M1/#Chandrayaan-2 commenced today at 0651 Hrs IST. The launch is scheduled at 0251Hrs IST on July 15th.
    More updates to follow...

    — ISRO (@isro) July 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Chandrayaan-2-launch: Here are the main objectives of the mission

কিহক বিষয়বস্তু হিচাপে লৈ উৎক্ষেপন কৰা হব চন্দ্ৰয়ান 2

চন্দ্ৰ গ্ৰহক অধিক সুক্ষ্ম ভাবে জানিবলৈ ভাৰতে উৎক্ষেপন কৰিব চন্দ্ৰয়ান 2 ৷ এই অভিযানত উদভাৱন হোৱা তথ্য সমূহে ভাৰত আৰু মানৱতাক উপকৃত কৰিব ৷ চন্দ্ৰয়ান 2 য়ে চন্দ্ৰ গ্ৰহত:

খনীজ পদাৰ্থ আৰু গ্ৰহটোত hydroxyl আৰু water molecules উমান দিব ৷

চন্দ্ৰ গ্ৰহৰ উপৰি ভাগৰ অধ্যয়ণ

চন্দ্ৰ গ্ৰহৰ ionosphere আয়ন’চফএয়াৰত ইলেক্ট্ৰণৰ ঘনত্বৰ অধ্যয়ণ

অৰ্বিটাৰে পৃথীৱি আৰু চন্দ্ৰয়ান 2ৰ Landerৰ মাজত চন্দ্ৰৰ উপৰি ভাগৰ মাজত ৰিলে সঞ্চাৰ কৰিব

চন্দ্ৰয়ান 2 Landerক চন্দ্ৰৰ উপৰি ভাগত soft landing কৰিবৰ বাবে design কৰা হৈছে ৷ 
noname.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.