ETV Bharat / bharat

পুনৰ ৰাজ্যত ৬০ জনৰ দেহত COVID-19 - assam health minister

বুধবাৰে পুৱা ভাগত পুনৰ ৬০ জন ব্যক্তিৰ দেহত মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰা বুলি টুইটাযোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৰ'ণা আক্ৰান্ত ব্যক্তি কেইজন ধুবুৰী, গোলাঘাট আৰু নগাঁৱৰ বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

COVID-19
পুনৰ ৰাজ্যত ৬০ জনৰ দেহত COVID-19
author img

By

Published : Jun 3, 2020, 1:13 PM IST

নিউজ ডেক্স, 3 জুনঃ বুধবাৰে ৰাজ্যত পুনৰ ৬০ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । ধুবুৰীত ৩৮ জন, গোলাঘাটত ১৮ জন আৰু নগাঁৱত ৪ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

COVID-19
পুনৰ ৰাজ্যত ৬০ জনৰ দেহত COVID-19

বৰ্তমানলৈ ৰাজ্যখনত সৰ্বমুঠ ১৬২১ গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4 গৰাকী লোকৰ ৷

COVID-19
পুনৰ ৰাজ্যত ৬০ জনৰ দেহত COVID-19

আনহাতে, বুধবাৰ পৰ্যন্ত ৩৩৭ গৰাকী লোকে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৰ্তমানো ৰাজ্যখনত ১২৭৭ গৰাকী লোক COVID-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.