ETV Bharat / bharat

ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত আশাৰাম বাপুৰ পুত্ৰ নাৰায়ন - ETV BHARAT

ধৰ্ষণৰ গোচৰত আদালতে অপৰাধী সাব্যস্ত কৰিলে নাৰায়ন সাইক। ৩০ এপ্ৰিল ঘোষিত হ'ব শাস্তি।

ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত আশাৰাম বাপুৰ পুত্ৰ নাৰায়ন
author img

By

Published : Apr 26, 2019, 8:52 PM IST

চুৰাত,২৬ এপ্ৰিলঃ আশাৰাম বাপুৰ পুত্ৰ নাৰায়ন সাইক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত আদালতৰ। আজি চুৰাতৰ এক আদালতে সাব্যস্ত কৰিলে দোষী। অহা ৩০ এপ্ৰিলত আদালতে ঘোষণা কৰিব অপৰাধী নাৰায়ন সাইৰ শাস্তি।

উল্লেখ্য যে ২০১৩ চনত চুৰাতৰ বাসিন্দা দুগৰাকী ভগ্নীয়ে আশাৰাম বাপু আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ উপৰিও ২০০২-২০০৫ চনত আন এগৰাকীয়ে আশ্ৰমত থকা কালছোৱাত নাৰায়ন সাই বাৰম্বাৰ ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰে। সেই গোচৰত ২০১৩ চনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰায়ন সাইক আৰু আজি আদালতে তেওঁক দোষী সাব্যস্ত কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.