ETV Bharat / bharat

পুনৰ অসমৰ ভূমি আগ্ৰাসন অৰুণাচলীৰ ! - পুনৰ অসমৰ ভূমি আগ্ৰাসন অৰুণাচলীৰ

লখিমপুৰৰ ভূমি আগ্ৰাসন কৰিছে অৰুণাচলীয়ে ৷ ফুলবাৰীৰ নিচেই কাষৰ ৰঙা বনাঞ্চলৰ সংৰক্ষিত বন ভূমি দখল কৰিছে ৷ অসমৰ মাটিতে নিৰ্মাণ কৰিছে 21 কিল'মিটাৰ পথ ৷

পুনৰ অসমৰ ভূমি আগ্ৰাসন অৰুণাচলীৰ
arunachal-coming-in-assam-land-lakhimpur
author img

By

Published : Mar 20, 2020, 2:25 PM IST

লখিমপুৰ 20মাচঃ এইবাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলে দখল কৰিছে ৰঙা সংৰক্ষিত বনাঞ্চল। কম দিনৰ ভিতৰত নিৰ্মান কৰিছে কিমিন সংযোগী ২১ কিল'মিটাৰ দৈঘ্যৰ পথ।

পুনৰ অসমৰ ভূমি আগ্ৰাসন অৰুণাচলীৰ
বনৰীয়া জীৱ-জন্তুৰ বিচৰণস্থলী ফুলবাৰীৰ নিচেই কাষৰে ৰঙা বনাঞ্চলৰ অসমৰ ভূমি দখল কৰি একাংশ অৰুণাচলীয়ে অবাধ হাৰত কাটিছে গছ গছনি। দুয়োখন ৰাজ্যৰ সীমাৰ পৰা প্ৰায় তিনি কিল'মিটাৰ অসমত প্ৰৱেশ কৰি নিৰ্মাণ কৰিলে পথ। কিন্তু এই ক্ষেত্ৰত বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰে। ঢাল-তৰোৱাল বিহীন বনকৰ্মীৰ বাধালৈ ভ্ৰূক্ষেপ নকৰা অৰুণাচলীৰ এই আগ্ৰাসনক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷

লগতে পঢ়ক :অৱশেষত ফাঁচীকাঠত ওলমিল নিৰ্ভয়াৰ চাৰি দোষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.